• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰোধী জনগোষ্ঠীয় ঐক্যত ভাঙোন অনাৰ কৌশল : পুনৰ উন্নয়ন পৰিষদ গঠন কৰিব বিজেপিয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2018 10:30 am
NPIC-2018729143740
334
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত গঠন কৰা জনগোষ্ঠীয় উন্নয়ন পৰিষদসমূহ অসাংবিধানিক বুলি ঘোষণা কৰাৰ পিছত পুঁজি আবণ্টন, অনুমোদন আদি বন্ধ কৰি দিয়া বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুনৰ উন্নয়ন পৰিষদসমূহ গঠন  কৰাৰ চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

এক সূত্ৰ পৰা জানিব পৰা মতে পূৰ্বৰ জনগোষ্ঠীয় উন্নয়ন পৰিষদসমূহৰ নীতি-নিয়মসমূহ সাধাৰণ সলনি কৰি সেইবোৰ পুনৰ গঠনৰ বাবে চৰকাৰে নীতি-কৌশল নিৰ্দ্ধাৰণৰ কামকাজ আৰম্ভ কৰিছে। বিজেপি চৰকাৰে গঠন কৰিবলগীয়া এই উন্নয়ন পৰিষদসমূহত চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা জনগোষ্ঠীয় নেতাসকলক দায়িত্ব দিয়াৰ সম্ভাৱনা আছে।

আনহাতে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পৰিকল্পনা অনুসৰি সকলো ঠিকে ঠাকে আগবাঢ়িলে আগন্তুক লোক সভাৰ নিৰ্বাচনৰ পূৰ্বেই উন্নয়ন পৰিষদসমূহ গঠন কৰি জনগোষ্ঠীয় সংগঠনৰ নেতাক দায়িত্ব দিয়া হ’ব পাৰে।

কিন্তু এইক্ষেত্ৰত জনজাতিকৰণৰ দাবী তুলি আন্দোলন কৰি অহা জনগোষ্ঠীসমূহে পুনৰ উন্নয়ন পৰিষদৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নে নাই সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। অৱশ্যে, বিজেপি চৰকাৰে উন্নয়ন পৰিষদত পূৰ্ৰ চৰকাৰৰ তুলনাত পুঁজি আবণ্টন বৃদ্ধি কৰাৰ প্ৰলোভনেৰে জনগোষ্ঠীয় সংগঠনৰ নেতাক হাত কৰাৰ প্ৰচেষ্টা চলোৱাৰ কৌশল ৰচনা কৰিছে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত ৬০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সংগঠনসমূহৰ একাংশ নেতাক নিজৰ পক্ষলৈ অনাৰ বাবে এই কৌশল ৰচনা কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, জনগোষ্ঠী কেইটাই উন্নয়ন পৰিষদক জনজাতিকৰণৰ বিকল্প হিচাপে গ্ৰহণ কৰাৰ সম্ভাৱনা নাই বুলি জানিব দিয়ে একাংশ নেতাই।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd