• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত চি পি আই (এম) কৰ্মীৰ পত্নীৰ মৃতদেহ উদ্ধাৰ; ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2020 2:23 pm
Story-3-1-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

233
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ কালচি অঞ্চলত সোমবাৰে এগৰাকী চি পি আই (এম) কৰ্মীৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

যদিও মৃতদেহটোৰ শৰীৰত কোনোধৰণৰ আঘাতৰ দাগ বা তেজৰ চেকুৰা নাই তথাপি মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

আৰক্ষীয়ে এইপৰ্যন্ত ঘটনা সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি কয়।

মৃত্যু হোৱা মহিলা গৰাকী ৩২ বছৰীয়া থাইকায়ুক ম’গ বুলি চিনাক্ত কৰা হয় আৰু তেওঁ স্থানীয় পঞ্চায়তৰ এগৰাকী প্ৰতিনিধি আছিল আৰু তেওঁৰ স্বামী চি পি আই (এম) কৰ্মী।

জানিব পৰা মতে, সোমবাৰে ৰাতিপুৱা মহিলা গৰাকীয়ে ওচৰতে থকা হাবিলৈ গৈছিল আৰু সন্ধিয়া পৰ্যন্ত তেওঁ উভতি নহাত স্থানীয় লোকে বিচাৰ খোচাৰ কৰাত মহিলা গৰাকীৰ মৃতদেহটো উদ্ধাৰ হয়।

ত্ৰিপুৰা আৰক্ষীৰ এটা দলে স্নিফাৰ ড’গৰ সহায়ত উক্ত অঞ্চলটোত অভিযান চলাই আৰু হেৰেন্তা ত্ৰিপুৰা নামৰ এজন লোকক আটক কৰে।

Recent News

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

নিউজিলেণ্ডত ৫০ বছৰৰ পাছত উদ্ধাৰ বিলুপ্ত হোৱা চৰাইৰ প্ৰজাতি!

নিউজিলেণ্ডত ৫০ বছৰৰ পাছত উদ্ধাৰ বিলুপ্ত হোৱা চৰাইৰ প্ৰজাতি!

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd