• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ বৰচাপৰি বাগিচাত ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ নিয়া ৰাইন’ ব্ৰেণ্ডৰ মদ জব্দ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 4, 2018 1:27 pm
IMG-20181204-WA0005

ফটো : নৰ্থ-ইষ্ট নাও

606
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে বিভিন্ন কু অভিসন্ধিত লিপ্ত হোৱাৰ সময়তে বোকাখাতত আজি এজন ৰাজনৈতিক কৰ্মীৰ ঘৰত মদ উদ্ধাৰ হোৱা ঘটনাই ৰাজনৈতিক দলসমূহৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

উল্লেখ্য যে বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত ভোটাৰৰ মাজত বিলাবলৈ নিয়া ৰাইন’ ব্ৰেণ্ডৰ ১৫০ বটল মদ জব্দ কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে। যোৱা নিশা বাগিচাখনৰ শ্ৰমিকৰ লাইনত নিৰ্বাচনৰ পূৰ্বে এটা ৰাজনৈতিক দলে বিতৰণ কৰিবলৈ নিয়া এই মদৰ বটল আজি পুৱা বোকাখাতৰ আবকাৰী বিভাগে জব্দ কৰে।

স্থানীয় লোকে দিয়া অভিযোগৰ আধাৰত আবকাৰী বিভাগৰ পৰিদৰ্শক নৈঋৃতা বৰুৱাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে বাগিচাখনৰ এজন লোকৰ ঘৰৰ বাৰীৰ পৰা এই মদৰ বটল খিনি জব্দ কৰে বুলি জানিবলৈ দিয়ে।  

ইফালে জব্দকৃত মদখিনি এটা ৰাষ্ট্ৰীয় দলে ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ নিয়া বুলি স্থানীয় লোকে প্ৰশাসনৰ লগতে সংবাদ মাধ্যমক জনাইছে। ঘটনাৰ সংক্ৰান্তত অধিক তথ্য সংগ্ৰহৰ বাবে আবকাৰী বিভাগে এজন লোকক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।

Recent News

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd