• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডকাইতি, অপহৰণৰ অভিযোগত বোকাখাতত চাৰি আছুনেতাক জেললৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 14, 2020 9:58 pm
Bokakhat: Four AASU leaders sent to jail for alleged involvement in dacoity, kidnapping
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত ন্যায়িক দণ্ডাধীশৰ আদালতে ডকাইতি আৰু অপহৰণত জড়িত থকাৰ অভিযোগত আছুৰ চাৰিগৰাকী নেতাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

বোকাখাত আৰক্ষীয়ে সোমবাৰে ছাত্ৰ সন্থাৰ নেতাকেইজনক গ্ৰেপ্তাৰ কৰিছিল৷

বোকাখাত আৰক্ষীয়ে জনোৱা মতে, তেজপুৰৰ এখন গুটখাৰ দোকানৰ পৰা গুটখা লৈ গোলাঘাটৰ নন্দিনী ষ্ট’ৰলৈ আহি আছিল এএছ ০৫চি ৭১৯৫ নম্বৰৰ এখন গাড়ী৷

তেজপুৰৰ পৰা আহি থকা এই গাড়ীখনক বোকাখাতৰ লতাবাৰীত আছুৰ গোলাঘাট জিলাৰ সহকাৰী সম্পাদক দীপাংকৰ হাজৰিকা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপ ঠাকুৰীয়া, প্ৰাক্তন আঞ্চলিক সম্পাদক প্ৰীতম বৰা আৰু মহকুমা ছাত্ৰ সন্থাৰ সদস্য ৰাহুল বৰাই এখন চুইফট গাড়ীৰে আগচি ধৰে আৰু গুটখা ভৰ্তি গাড়ীখন ৰাষ্ট্ৰীয় পথৰ পৰা জোৰকৈ অন্য এটা দিশে লৈ যায়৷

এএছ ০১বিএম ০৩৩৩ নম্বৰৰ চুইফট গাড়ীৰে যোৱা দলটোৰ দুজন সদস্য ক্ৰমে প্ৰীতম জ্যোতি বৰা আৰু ৰাহুল বৰাই গুটখা থকা গাড়ীখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে ইমতিয়াজ আলি আৰু দিগন্ত শইকীয়াক গাড়ীৰ পৰা নমাই কোনো কোনো এক স্থানলৈ লৈ যায়৷

গোপন তথ্যৰ আধাৰত বোকাখাত আৰক্ষীয়ে ছাত্ৰ সন্থাৰ চাৰিজন নেতাকে আটক কৰি চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৬৫ আৰু ৩৯২ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd