• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত ড্ৰাগছ সহ এজন যুৱকক আটক; ড্ৰাগছৰ দুটা কন্টেইনাৰ উদ্ধাৰ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
September 1, 2022 4:09 pm
130
VIEWS
Share on FacebookShare on Twitter

Bokakhat police arrested one youth with drugs বোকাখাত আৰক্ষীয়ে গোপন তথ্যৰ আধাৰত চলোৱা এক অভিযানত স্থানীয় যুৱকৰ সহযোগত এজন যুৱকক ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগছ সহ আটক কৰা যুৱক জনৰ নাম আৰিফ আহমেদ। ঘৰ বোকাখাত নগৰৰ লতাবাৰীত বুলি জানিব পৰা গৈছে ৷

ধৃত যুৱক জনৰ পৰা  আৰক্ষীয়ে ড্ৰাগছ সহ দুটা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিছে।

লগতে পঢ়ক: পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

ঘটনাৰ সম্পৰ্কত অধিক তথ্য লাভৰ বাবে ধৃত যুৱকজনক সম্প্ৰতি জেৰা কৰি আছে বোকাখাত আৰক্ষীয়ে ৷

বিগত মাহটোত বোকাখাত আৰক্ষীয়ে ১২ জন ড্ৰাগছৰ লগত জড়িত যুৱকক আটক কৰিছে ৷

Recent News

দাঁতৰ পৰা দাগ কেনেকৈ আঁতৰাব? জানো আহক কেইটামান ঘৰুৱা উপায়

দাঁতৰ পৰা দাগ কেনেকৈ আঁতৰাব? জানো আহক কেইটামান ঘৰুৱা উপায়

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd