• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2022 2:33 pm
পদত্যাগী পৰ্তুগালৰ স্বাস্থ্যমন্ত্ৰী মাৰ্টা টমেডো।

পদত্যাগী পৰ্তুগালৰ স্বাস্থ্যমন্ত্ৰী মাৰ্টা টমেডো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Portugal health minister resigns পৰ্তুগালৰ স্বাস্থ্য মন্ত্ৰী মাৰ্টা টেমিডোৱে মঙলবাৰে পদত্যাগ কৰে। এগৰাকী ৩৪ বছৰীয়া গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ পিছতে তেওঁ এইদৰে পদত্যাগ কৰে। ঘটনাটোৰ কেইঘণ্টামান পিছতে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে।

স্থানীয় সূত্ৰসমূহৰ মতে, চিকিৎসালয়ত বিচনা নোহোৱাৰ বাবে মহিলাগৰাকীক এখন চিকিৎসালয়ৰ পৰা লিছবনৰ আন এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ সময়ত হৃদৰোগত আক্ৰান্ত হয়। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই খৱৰটো জানিব পৰা গৈছে।

লগতে পঢ়ক: Suez Canal blocked এভাৰ গিভন কণ্টেইনাৰ জাহাজৰ পিছত ছুৱেজ খালত পুনৰ আবদ্ধ আন এখন জাহাজ

Apply Now

জাৰ্নেল ডি নটিচিয়াছে প্ৰতিবেদনত কোৱা হৈছে যে তেওঁ জৰুৰীকালীন স্বাস্থ্য সেৱা বন্ধ কৰা, চিকিৎসালয়ত চিকিৎসকৰ অভাৱ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ সমস্যাসমূহৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছিল। জৰুৰীকালীন প্ৰসূতি সেৱা বন্ধ হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ মুখত পৰি টেমিডোৱে পদত্যাগ কৰে।

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টনিঅ’ কোষ্টাই টুইটাৰত পোষ্ট কৰিছে যে টেমিডোৰ সকলো কামৰ বাবে তেওঁ ‘কৃতজ্ঞ’। বিশেষকৈ কোভিড মহামাৰীৰ মোকাবিলাত দেখুওৱা তেওঁৰ কামৰ বাবে। কোষ্টাই স্বাস্থ্যসেৱা প্ৰণালী শক্তিশালী কৰিবলৈ সংস্কাৰ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিও দিছে।

লগতে পঢ়ক: Congress president polls: কংগ্ৰেছৰ সভাপতি নিৰ্বাচনঃ জ্যেষ্ঠ নেতাই জনোৱা দাবীৰ পিছতো ভোটাৰ তালিকা ৰাজহুৱা নকৰে এআইচিচিয়ে

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মৃত ভাৰতীয় মহিলাগৰাকী ৩১ সপ্তাহৰ গৰ্ভৱতী আছিল। উশাহ-নিশাহৰ সমস্যা হোৱাত তেওঁক ছাণ্টা মাৰিয়া চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। এই চিকিৎসালয়খন পৰ্তুগালৰ এক অন্যতম বৃহৎ স্বাস্থ্য সেৱা কেন্দ্ৰ।

Agradeço todo o trabalho desenvolvido pela Dra. Marta Temido, muito em especial no período excecional do combate à pandemia da #COVID19. O @govpt prosseguirá as reformas em curso tendo em vista fortalecer o #SNS e a melhoria dos cuidados de saúde prestados aos portugueses.

— António Costa (@antoniocostapm) August 30, 2022

প্ৰতিবেদনখনত এইটোও কোৱা হৈছে যে তেওঁৰ অৱস্থা স্থিৰ হোৱাৰ পিছত, চিকিৎসালয়খনে তেওঁক চাও ফ্ৰাঞ্চিস্কো জেভিয়াৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰে। ছাণ্টা মাৰিয়া চিকিৎসালয়ৰ নৱজাতকৰ বিভাগটো পূৰ্ণ হৈ আছিল। সেইকাৰণে তেওঁক স্থানান্তৰ কৰা হৈছিল বুলি জনা গৈছে। কিন্তু স্থানান্তৰৰ পথত, মহিলাগৰাকী হৃদৰোগত আক্ৰান্ত হৈছিল।

চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু হয় যদিও নৱজাতকটিক চাইল্ড কেয়াৰ ইউনিটট ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি মহিলাগৰাকীৰ মৃত্যুৰ তদন্ত আৰম্ভ হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd