• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Suez Canal blocked এভাৰ গিভন কণ্টেইনাৰ জাহাজৰ পিছত ছুৱেজ খালত পুনৰ আবদ্ধ আন এখন জাহাজ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 1, 2022 12:04 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়া আৰু ইউৰোপৰ মাজত বাণিজ্যিক সম্পৰ্ক টনকিয়াল কৰা ছুৱেজ খানত আকৌ আব্ধ হ’ল আন এখন জাহাজ। ২০২১ চনত এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন ছুৱেজ খালত আব্ধ হোৱাৰ ফলত প্ৰায় এসপ্তাহ ধৰি আন জাহাজৰ চলাচল ব্ধ হৈ পৰিছিল।

]ফলত ক্ষতিগ্ৰস্ত হৈছিল বিশ্বৰ কেইবা খনো দেশৰ বাণিজ্য। এইবাৰ পুনৰ ২৫০ মিটাৰ দীঘল এফিনিটি ভি নামৰ টেংকাৰ খন ছুৱেজ খালত আবদ্ধ হৈ পৰিছে। জাহাজ খনে চৌদি আৰৱলৈ যাত্ৰা আৰম্ভ কৰিছিল। ছুৱেজ খালত হঠাতে আবদ্ধ হৈ পৰাত আন জাহাজৰ চলাচল বন্ধ হৈ পৰে।

Apply Now

সেই ঠাইতে আগতে এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন আবদ্ধ হৈ পৰিছিল।অৱশ্যে বহু ঘণ্টাৰ পিছত এফিনিটি ভি জাহাজ খন মুকলি কৰিব পৰা যায় বুলি চুৱেজ খাল কৰ্তৃপক্ষৰ এজন মুখপাত্ৰ জৰ্জ চাফৱাটে প্ৰকাশ কৰিছে। উল্লেখ্য উল্লেখ ২০২১ বৰ্ষত এভাৰ গিভন কণ্টেইনাৰ নামৰ জাহাজ খন ছুৱেজ খালত আবদ্ধ হৈ পৰিছিল।

জাহাখনে চীনৰ পৰা মালবাহী কন্টেইনাৰ লৈ নেদাৰলেণ্ডৰ ৰোটাৰডাম বন্ধৰলৈ গৈ আছিল। মঙলবাৰে পুৱা ৭বাজি ৪০ মিনিটত পানামা খালেৰে উত্তৰ দিশে ভূমধ্য সাগৰৰ পিনে গৈ আছিল এই বিশাকায় জাহাজখন।

জাহাজখনৰ দুইটা মূৰ ছুৱেজ খালৰ দুটা পাৰে লাগি ধৰে।ফলত জাহাজখন ছুৱেজ খালত আৱদ্ধ হৈ পৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd