• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ৰবীনা টেণ্ডন : অসমৰ চাহবাগিছাক লৈ কি ক’লে বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে?

নিজৰ ঘৰৰ বজাৰ কৰিবলৈ গুৱাহাটীলৈ আহিব ৰবীনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2019 8:16 pm
Rabina Tandan 1

গুৱাহাটীৰ ভঙাগড়স্থিত দ্যা ব্লু উইনড’ আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰী ৰবীনা টেণ্ডনে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে বিয়লিভাগত গুৱাহাটীত আহি উপস্থিত হয় বলীউদৰ মোহময়ী তাৰকা অভিনেত্ৰী ৰবীনা টেণ্ডন। গুৱাহাটীৰ ভঙাগড়স্থিত দ্যা ব্লু উইনড’ আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰীগৰাকীয়ে। উন্নত মানৰ গৃহ সাজ সজ্জাৰ সামগ্ৰী উপলব্ধ হোৱা উক্ত মলটো মুকলি কৰি উৎফুল্লিত হৈ পৰে অভিনেত্ৰীগৰাকী।

আজি লগতে অভিনেত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰ আৰু অসমৰ চাহপাতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাও দেখিবলৈ পোৱা যায়।

‘’গুৱাহাটীলৈ অহাৰ বাবে মই সুযোগ বিচাৰি ফুৰো। ইয়াৰ পূ্ৰ্বেও মোৰ বহুবাৰ গুৱাহাটীলৈ অহাৰ সুযোগ মিলিছে। গুৱাহাটীলৈ আহিলে মই বহু দীঘলীয়া সময় ধৰি থাকিবলগীয়া হয়। নৰ্থ ইষ্টৰ ভিতৰত গুৱাহাটী এখন বহুত সুন্দৰ মহানগৰ,’’-গুৱাহাটী মহানগৰ সন্দৰ্ভত এইদৰে কয় অভিনেত্ৰীগৰাকীয়ে।

তদুপৰি, মহানগৰীত বাস কৰা সকলোকে শুভেচ্ছা জনাই টেণ্ডনে কয়, ‘’গুৱাহাটীত থকাসকলক শুভেচ্ছা দিব খুজিছো, তেওঁলোকে ইমান এখন ধুনীয়া ঠাইত বসবাস কৰি আছে আৰু অতি ধুনীয়াকৈ গুৱাহাটীখনক ৰাখিছে। গতিকে চহৰখন পৰিস্কাৰ আৰু স্বাস্থ্যকৰ কৰি ৰাখিব লাগে।‘’

Rabina Tandan 2
গুৱাহাটীত সংবাদমাধ্যমৰ আগত বক্তব্য ৰখাৰ মুহূৰ্তত ৰবীনা টেণ্ডন।

আনহাতে, অসমৰ চাহ বাগিছাসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য্যতা অতিকৈ মনোমোহা বুলি মন্তব্য কৰে ৰবীনাই।

তেওঁ কয়, ‘’গুৱাহাটীৰ পৰা অলপ দূৰ গ’লেই বহুতো চাহ বাগিছা দেখিবলৈ পোৱা যায়। অসমৰ চাহ বাগিছাসমূহো অতি মনোমোহা।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে, মুম্বাই নিবাসী টেণ্ডনে এইবাৰৰ পৰা ঘৰ সজোৱা সামগ্ৰী ক্ৰয়ৰ বাবে গুৱাহাটীলৈ আহিব বুলিও উল্লেখ কৰে।

‘’এখন ঘৰত মহিলা এগৰাকী থাকিলেই ঘৰৰ সৌন্দৰ্য্যতা বৃদ্ধি পায়। কিন্তু মহিলাগৰাকীয়ে সজালে-পৰালে সেই ঘৰখনৰ সৌন্দৰ্য্যতা সোণত সুৱগা চৰে। মোৰ ঘৰৰ বজাৰ কৰিবলৈ হ’লে মই পুনৰবাৰ গুৱাহাটী আহিম, কিয়নো ব্লু উইনডোত মই সকলোবোৰ ঘৰ সজোৱা সামগ্ৰী পাম বুলি ভাবিছো,’‘-টেণ্ডনে এইদৰে কয়।

আনহাতে, দ্য ব্লু উইনডোৰ অংশীদাৰ তথা ইন্টেৰিয়ৰ ডিজাইনাৰ প্ৰকাশ আগৰৱালাই মুকলি অনুষ্ঠানত উপস্থিত থাকি কয়, ‘’দ্য ব্লু উইনডোই আকৰ্ষণীয় ফাৰ্ণিচাৰ, গৃহসজ্জাৰ আচবাবৰ প্ৰয়োজনীয় চাহিদা প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰাই পূৰণ কৰিব।‘’

উক্ত শ্বপিং মলত উচ্চমানৰ আধুনিক চোফা, ডাইনিং, কুশ্বন, শোৱনি কোঠাৰ সামগ্ৰীও উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd