• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা, মানহানিকৰ বাতৰিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ বলীউদৰ তাৰকা বাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 9:54 am
Bollywood-brigad

ভুৱা, মানহানিকৰ বাতৰিৰ বিৰুদ্ধে বলীউদৰ তাৰকা।

1.8k
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে যেন শ্ৰীহীন হৈ পৰিছে বলীউদ জগত। বলীউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কৰ একাধিক বাতৰি প্ৰকাশ পাই আহিছে।

নিত্য নতুন এনে বাতৰিয়ে সংবাদ মাধ্যম উত্তাল কৰি ৰখাৰ পাছত এইবাৰ ইয়াৰ বিৰুদ্ধে ককাঁলত টঙালি বান্ধি প্ৰতিবাদ সাৱ্যস্ত কৰিছে বলীউদৰ তাৰকা-মহাতাৰকাসকলে।

ভুৱা, মানহানিকাৰক বাতৰি পৰিৱেশন কৰাৰ বাবে একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে বলীউদৰ মুঠ ৩৪গৰাকী প্ৰযোজক আৰু বলীউদৰ মুখ্য  চাৰিটা সংগঠন আদালতৰ দ্বাৰস্থ হৈছে।

বাতৰি অনুসৰি, ৰিপাব্লিক টিভি, অৰ্ণব গোস্বামী, প্ৰদীপ ভাণ্ডাৰী, টাইমছ নাও, ৰাহুল শিৱশংকৰ, নভিকা কুমাৰ আৰু একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে বলীউদৰ সন্দৰ্ভত ভুৱা, মানহানিকাৰক বাতৰি তথা কুৎসা ৰটনা কৰাৰ অভিযোগ অনা হৈছে।

শ্বাহৰুখ খান, আমিৰ খান, অক্ষয় কুমাৰ, অজয় দেবগন, আদিত্য চোপ্ৰা, কৰণ জোহৰ, ৰোহিত ছেট্টি, চাজিদ নাদিৱালাৰ দৰে বলীউদৰ আগশাৰীৰ অভিনেতা আৰু প্ৰযোজক এই অভিযানত চামিল হৈছে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় তিনিমাহৰ পাছত বলীউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কক লৈ অভিনেতা অক্ষয় কুমাৰে মুখ খুলিছিল।

এটা ভিডিঅ’ প’ষ্টৰ যোগেদি তেওঁ একাংশ লোকৰ বাবে গোটেই বলীউদক কাঠগড়াত নুতুলিবলৈ আবেদন জনাইছিল।

ইপিনে, অনুৰাগ কাশ্যপ আৰু পায়েল ঘোষ গোচৰত নিজৰ নাম জড়িত কৰাৰ বাবে ৰিচা চাড্ডাই মানহানিৰ গোচৰ তৰিছিল।

সেইদৰে এনচিবিৰ চমন লাভ কৰাৰ পূৰ্বে ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ তুলি ৰকুল প্ৰীত সিঙেও আদালতৰ দ্বাৰস্থ হৈছিল।

কিন্তু ব্যক্তিগত পৰ্যায়ত এইদৰে ভাগ ভাগ হৈ আদালতলৈ ঢাপলি মেলাৰ বিপৰীতে এইবাৰ সংঘবদ্ধভাৱে প্ৰতিবাদৰ দিশে আগবাঢ়িছে বলীউদৰ তাৰকা বাহিনী।

Recent News

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd