• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্বান চোৰ! চুৰি কৰি নিলে বহুতে এলাগী কৰা এবিধ মূল্যৱান সম্পদ,কি চুৰি কৰিলে চোৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2021 10:36 am
robos-en-domicilios
351
VIEWS
Share on FacebookShare on Twitter

ভোগবাদী পৃথিৱীত এতিয়া চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পাইছে।

চোৰ-ডকাইতৰ চকু সাধাৰণতে ধন-সম্পদত থাকে।

কিন্তু সমাজত এতিয়াও এনে চোৰো আছে যাৰ চকু ধন-সম্পদত নহয়,কিতাপৰ ওপৰতহে!

সম্প্ৰতি ডিজিটেল যুগত বহুতৰে বাবে কিতাপ এলাগী হৈ পৰিছে।

কাৰোৱাক যাঁচি দিলেও কিতাপ ল’ব নিবিচৰা পৰিস্থিতিৰ সৃষ্টি হৈছে, কিনি পঢ়াটো দূৰৰে কথা।

কিতাপৰ  এনে দুৰ্যোগৰ সময়তে এজন চোৰে হাজাৰ হাজাৰ টকাৰ কিতাপ দোকানৰ দুৱাৰ ভাঙি চুৰি কৰাৰ কথাই বহুতকে নানান চিন্তাৰ খোৰাক যোগাইছে।

কিতাপ চুৰিৰ এই ঘটনাটো ঘটিছে কলকাতাৰ বিখ্যাত কলেজ ষ্ট্ৰীটত ।

শম্ভূ চেটাৰ্জী ষ্ট্ৰীটত থকা এখন কিতাপৰ দোকানত নিশা চোৰে প্ৰৱেশ কৰি ২১ হাজাৰ ৫০০ টকা মূল্যৰ মূল্যৱান কিতাপ চুৰি কৰি লৈ যায়।

আজি দোকান খুলিবলৈ আহি দোকানৰ গৰাকীয়ে ঠাটাৰ খোলা থকা দেখিবলৈ পায় আৰু দোকানত চুৰি হোৱাৰ বিষয়টোত নিশ্চিত হয়।

আচৰিত কথাটো হ’ল দোকানৰ ভিতৰত থকা কেছ বক্সত মোটা অংকৰ নগদ ধন আছিলি যদিও সেই ধনত মুঠেও হাতেই নিদিলে চোৰে।

দোকানৰ গৰাকীয়ে প্ৰকাশ কৰা মতে চোৰে বাচি বাচি কালজয়ী উপন্যাস, ভ্ৰমণ সাহিত্য, মহৎ লোকৰ জীৱনী আদিকে ধৰি মুঠ ১০০ খন মান গ্ৰন্থ চুৰি কৰি নিছে।

কিতাপ চুৰিৰ এই ঘটনাই এতিয়া কলকাতা চহৰত বেচ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

চোৰে নিজে পঢ়িবলৈ কিতাপ চুৰি কৰিছে নে  ক’ৰৱাত বিক্ৰী কৰিবলৈ চুৰি কৰিছে তাকে লৈ বহুতৰে মাজত সৰৱ আলোচনা হোৱা পৰিলক্ষিত হৈছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd