• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰিমগঞ্জত বি এছ এফৰ হাতত সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2019 4:32 pm
Bangladeshi-national-arrested

কায়েছুদ্দিন তালুকদাৰ

5.1k
VIEWS
Share on FacebookShare on Twitter

কায়েছুদ্দিন তালুকদাৰ নামৰ এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক বৃহস্পতিবাৰে সীমান্ত সুৰক্ষা বাহিনীয়ে কৰিমগঞ্জ জিলাৰ পৰা আটক কৰে।

বি এছ এফৰ তৰফৰ পৰা সদৰি কৰা মতে কায়েছুদ্দিন নামৰ লোকজনে এগৰাকী অসমৰ ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছে।

‘‘সন্দেহযুক্ত  লোকজনৰ নাম বৰ্তমানো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱা নাই,’’ বি এছ এফে কয়।

বাংলাদেশৰ পৰা উভতি অহাৰ সময়তে বি এছ এফে কায়েছুদ্দিনক আটক কৰিছে বুলি উল্লেখ কৰে।

ধৃত কায়েছুদ্দিন বাংলাদেশৰ মৌলবিবাজাৰ জিলাৰ বাসিন্দা। নাগৰিক জনৰ সম্পৰ্কত অধিক তথ্য সংগ্ৰহৰ বাবে বি এছ এফে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, অসমৰ কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত প্ৰায়ে বাংলাদেশী নাগৰিক সীমান্ত সুৰক্ষা বাহিনীৰ হাতত আটক হৈ আহিছে।

Recent News

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd