• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিচিত নিৰ্বাচনী ৰণডংকা; হাগ্ৰামাৰ বি পি এফে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

১৮ বছৰীয়া ৰাজনৈতিক জীৱন পৰিক্ৰমাত প্ৰথমবাৰলৈ হাগ্ৰামাৰ সন্মুখত শক্তিশালী ৰাজনৈতিক প্ৰতিপক্ষ!

চাজিদ খান by চাজিদ খান
February 17, 2020 7:30 pm
Loksabha election: Hagrama campaign in Kokrajhar

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

বি টি চিত আৰম্ভ হৈছে নিৰ্বাচনী ৰণহুংকাৰ। বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে একাৰাহে প্ৰায় ১৮ টা বছৰ শাসন কৰি আছে বড়োভূমিত।

ইমান দিনে কোনো ৰাজনৈতিক প্ৰতিপক্ষই হাগ্ৰামাৰ সন্মুখত থিয় দিব পৰা নাই। কিন্তু প্ৰথমবাৰৰ বাবে কঁপনি উঠিছে হাগ্ৰামাৰ ৰাজনৈতিক কেৰিয়াৰত। সেয়ে বিজেপি আৰু এজিপিৰ সৈতে এলায়েন্সত বি পি এফে এইবাৰ নিৰ্বাচন খেলাৰ যো-জা কৰা দেখা গৈছে।

কেন্দ্ৰ চৰকাৰ সৈতে বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সলনি হৈছে বি টি চিৰ ৰাজনৈতিক চিত্ৰপট।

হাগ্ৰামাৰ সন্মুখত প্ৰতিপক্ষ হিচাপে থিয় দিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে। ইফালে বড়ো শান্তি চুক্তি বি টি আৰত স্বাক্ষৰ কৰা এন ডি এফ বিৰ চাৰিটা গোটেও বি টি চিত বিকল্প ৰাজনৈতিক শক্তিক শক্তিশালী কৰাৰ সম্ভাৱনা আছে।

এনে এক সন্ধিক্ষণতে  হাগ্ৰামা নেতৃত্বাধীন বি পি এফে আজি ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বি টি চিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ ১৫ টা সমষ্টিৰ বাবে বি পি এফে আজি প্ৰাৰ্থীৰ  প্ৰথমখন তালিকা ঘোষণা কৰিছে।

প্ৰথমখন তালিকাৰ অনুসৰি দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰী, চিৰাং দুৱাৰত খাম্ফা বৰগয়াৰী, বাওখোংগ্ৰীত ধনশ্বৰ গয়াৰী, বনৰগাঁৱত ৰাজীৱ কুমাৰ ব্ৰহ্ম, চৰাইবিলত মৃত্যুঞ্জয় নাৰ্জাৰী, মুছলপুৰত অশ্বিনী খুংগুৰ, মুদৈবাৰীত জগদীশ চৰকাৰ, ভেৰগাঁৱত নৰেশ্বৰ বড়ো, হৰিশিঙাত ত্ৰিদীপ দৈমাৰী, পাঁচনৈ চেৰ্ফাঙত শ্যাম চুন্দী, খালিঙদুৱাৰত বঞ্জৰ দৈমাৰী, দৰঙামেলাত বিজিগ্ৰা নাৰ্জাৰী, গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, পাৰ্বতজাৰাত মুন মুন ব্ৰহ্ম আৰু খৈৰাবাৰীত লমশ্বৰ’ দৈমাৰীয়ে প্ৰতিদন্দ্বিতা কৰিব।

Recent News

আপোনাৰ প্ৰতি প্ৰেমাস্পদৰ প্ৰেম কমিছে নেকি? কেনেকৈ জানিব এই বিষয়ে…

আপোনাৰ প্ৰতি প্ৰেমাস্পদৰ প্ৰেম কমিছে নেকি? কেনেকৈ জানিব এই বিষয়ে…

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd