• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউন আখ্যান: ৰোগী সাজি এম্বুলেন্সত গৈ বিয়া পাতি আনিলে কইনা আৰু…

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2020 9:22 am
NEWS_171219968_AR_0_KIXTXFHZBRNF

প্ৰতিনিধিত্বমূলক ফটো

49.5k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ সময়তে দেশত এনে কিছুমান আজৱ ঘটনা পোহৰলৈ আহিছে য’ত কিছু লোকে আৰক্ষীৰ চকুত ধূলি মাৰি নিজৰ ইপ্সিত কাম সমাপন কৰিছে।

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত এনে এক ঘটনা সংঘটিত হৈছে। ইয়াৰে খতৌলি সমষ্টিৰ এজন যুৱকে বিয়াৰ বাবে নিজকে ৰোগী সাজিলে আৰু এম্বুলেন্স লৈ গৈ গাজিয়াবাদৰ শ্বহীদনগৰৰ পৰা কইনা লৈ আহিল।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে কিছুদিন পূৰ্বে খতৌলি কস্বেৰ ইছলামনগৰ গলিত বাস কৰা এজন যুৱক আহমেদে পিতৃ ইছৰাৰ সৈতে এজন চিনাকি এম্বুলেন্সৰ চালক মেহবুবৰ লগত ৰোগী সাজি গাজিয়াবাদৰ শ্বহীদনগৰ অঞ্চলত বিয়া কৰাবলৈ যায়।

তাত বিয়া পাতি কইনাক নিজৰ ঘৰলৈকো লৈ আনে। যুৱকজন যিটো এলেকাত থাকে সেই স্থানটো কোনো লোক কৰ’না পজিটিভ ওলোৱাৰ বাবে জিলা প্ৰশাসনে আগৰে পৰা ছীল কৰি ৰাখিছিল।

বিয়াৰ কথা পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনে আহমেদ আৰু তেওঁৰ পত্নীক কোৱাৰেন্টাইন কৰি দিয়ে।

ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে আৰক্ষীয়ে এম্বুলেন্সৰ চালক মেহবুব, আহমেদ আৰু তেওঁৰ পিতৃ হাজী ইছৰাৰৰ ওপৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ৰ অধীনত এটা গোচৰ ৰুজু কৰে।

ইপিনে, সাহিবাবাদত আন এটি আমোদজনক ঘটনা সংঘটিত হৈছে। ইয়াত লকডাউনৰ সময়ত এজন যুৱকক পাচলি তথা দোকানৰ সামগ্ৰী আনিবলৈ বাহিৰলৈ ওলাই যায়, কিন্তু উভতি অহাৰ সময়ত লগত কইনা এজনীও লৈ আহে।

লকডাউনত হঠাতে কইনা আনি ঘৰ সোমোৱাত যুৱকজনৰ মাতৃৰ তত হেৰুওৱা অৱস্থা। প্ৰকৃততে, যুৱকজনে নিজৰ প্ৰেমিকাক পত্নী সজাই ঘৰলৈ লৈ আনিছিল।যুৱকজনৰ অসন্তুষ্ট মাতৃয়ে কইনাক ঘৰ সোমোৱাবলৈ নিদিয়াত বিষয়টো গৈ থানাৰ মজিয়া পালে।

Tags: COVID-19

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd