• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাজোৰ বিবাহস্থলীত কুৰুক্ষেত্ৰ! বিয়া চলি থাকোতে আহি ওলাল প্ৰথমা পত্নী; তাৰ পাছত….

মৃদুল প্রীতম ডেকা, কামৰূপ by মৃদুল প্রীতম ডেকা, কামৰূপ
December 27, 2021 7:42 am
Hajo wedding incident.png second marriage

ফটো: নৰ্থইষ্ট নাও।

436
VIEWS
Share on FacebookShare on Twitter

হাজোৰ এখন বিবাহস্থলীত কুৰুক্ষেত্ৰ! দৰাৰ পিঠিত পৰিছে ঔকিল! তীব্ৰ উত্তেজনা লাগিল হাহাকাৰ!! কাহিনীৰ খলনায়ক এই দৰাজন হ’ল আশ্রফ হুছেইন খান। ঘৰ গুৱাহাটীৰ সিজুৱাৰীত।

প্ৰথমা পত্নী থাকোতেই আৰু এগৰাকী লাগে আশ্রফক। প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় গৰাকীক বিয়া পাতিবলৈ আহি হাজোৰ বৰ্ণিত এই দশা হল দৰা আশ্ৰফৰ।

বিয়া চলি থাকোতে বৰপেটাৰ পৰা হাজোত আহি বিবাহস্থলীত উপস্থিত হ’ল  প্ৰথমা পত্নী। তাৰ পাছতে লাগিল হাহাকাৰ! বিবাহস্থলী পৰ্যবেক্ষিত হ’ল কুৰুক্ষেত্ৰলৈ।

Also Read: বিদ্যালয়ৰ পঞ্চম মহলাৰ পৰা জাঁপ,মহানগৰীৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যু

জাৰ্মানীলৈ গৈ আশ্রফ নামৰ এই লম্পটটোৱে প্ৰথমা পত্নীৰ সৈতে যোগাযোগ বন্ধ কৰি দিছিল। তাৰপাছত জাৰ্মানীৰ পৰা ঘুৰি আহিয়ে হাজোৰ বৰ্ণিত ঠিক কৰিলে দ্বিতীয় গৰাকী কইনা!

কথা মতে বিয়াও ঠিক হ’ল কিন্তু বিয়াৰ নিশাই লাগিল পয়মাল। বিবাহস্থলীত উপস্থিত হ’ল আৰক্ষী। বৰ্তমান আশ্রফ হুছেইন খান হাজো আৰক্ষী থানাৰ আলহী!

স্বামী আশ্রফ আৰু পৰিয়ালৰ বিৰুদ্ধে ধন দাবী, শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিলে প্ৰথমা পত্নীয়ে। কি ভাবিছিল কি হ’ল আশ্রফৰ। আশা দুৰাশা হৈ ৰ’ল।

Recent News

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ডেনমাৰ্কত ভাৰতীয় প্ৰতিনিধি দলৰ বৈঠকৰ বাহিৰত ভাৰত বিৰোধী শ্ল’গান পাকিস্তানীৰঃ কাঢ়া প্ৰত্যুত্তৰ ৰবি শংকৰ প্ৰসাদৰ

ডেনমাৰ্কত ভাৰতীয় প্ৰতিনিধি দলৰ বৈঠকৰ বাহিৰত ভাৰত বিৰোধী শ্ল’গান পাকিস্তানীৰঃ কাঢ়া প্ৰত্যুত্তৰ ৰবি শংকৰ প্ৰসাদৰ

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

পুনৰ বিতৰ্কত NEET-PG! দুটা শ্বিফ্টত নহ’ব পৰীক্ষা, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

পুনৰ বিতৰ্কত NEET-PG! দুটা শ্বিফ্টত নহ’ব পৰীক্ষা, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd