• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ ২৭ছেকেণ্ডতে সন্তান জন্ম দি চৰ্চাত এগৰাকী তৰুণী মাতৃ!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 11:20 am
Mother gave birth baby in 27 second

নৱজাতকৰ সৈতে ছফি বাগ।

643
VIEWS
Share on FacebookShare on Twitter

আটাইতকৈ কম সময়ত সন্তান জন্ম দিয়াৰ ৰেকৰ্ড গঢ়িছে ব্ৰিটেইনৰ হেম্পশ্বেয়াৰৰ এগৰাকী তৰুণীয়ে।

বাতৰি অনুসৰি, প্ৰসৱ যন্ত্ৰণা আৰম্ভ হোৱাৰ পৰা সন্তানৰ জন্ম দিয়ালৈকে তেওঁ সময় লৈছিল মাত্ৰ ২৭ ছেকেণ্ড।

হেম্পশ্বেয়াৰৰ বাসিন্দা এই তৰুণীগৰাকীৰ নাম হৈছে ছফি বাগ। ৩৮ সপ্তাহৰ অন্ত:সত্ত্বা ছফিৰ মাজনিশা টোপনি ভাঙি গৈছিল।

তেওঁৰ তীব্ৰ প্ৰসৱ বেদনা অহা নাছিল। মাথোঁ সামান্য অস্বস্তিবোধ কৰিছিল। তলপেটত সাধাৰণ বেদনা অনুভৱ কৰিছিল।

ছফিৰ টয়লেটলৈ যোৱাৰ ইচ্ছা হৈছিল। ক’মোডত বহাৰ পাছতে তেওঁ বুজিব পাৰে যে সন্তান বাহিৰলৈ ওলাই আহিছে।

তেনে অৱস্থাৰেই ছফি টয়লেটৰ পৰা বাহিৰলৈ ওলাই আহে। তেতিয়ালৈ সন্তানৰ মূৰটো ওলাই আহিছিল।

ছফিক এনে অৱস্থাত দেখি অবাক হৈ পৰে তেওঁৰ স্বামী। মুহূৰ্তৰ ভিতৰতে ছফিয়ে সন্তানৰ জন্ম দিয়ে।

টয়লেটত প্ৰৱেশ কৰাৰ পৰা সন্তান জন্ম দিয়ালৈকে ছফিয়ে মুঠ ২৭ছেকেণ্ড সময় লয়।

Recent News

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd