• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাস্পাতালৰ নাইট ডিউটিত হত্যা কৰিছিল ৭টা নৱজাতকক; আদালতত দোষী সাব্যস্ত নাৰ্ছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2023 11:36 am
হত্যাকাৰী ব্ৰিটিছ নাৰ্ছ লাকী লেটবি। ফটো: সংগ্ৰহীত।

হত্যাকাৰী ব্ৰিটিছ নাৰ্ছ লাকী লেটবি। ফটো: সংগ্ৰহীত।

610
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ব্ৰিটিছ নাৰ্ছৰ বিৰুদ্ধে ৭টা নৱজাতকক হত্যা কৰাৰ অভিযোগ উঠিছিল। শুকুৰবাৰে আদালতে তেওঁক দোষী সাব্যস্ত কৰে। নাৰ্ছগৰাকীয়ে এটা টোকাত নিজেই লিখিছে, “মই চয়তান।”

নাৰ্ছগৰাকীয়ে উত্তৰ-পূব ইংলেণ্ডৰ এখন চিকিৎসালয়ৰ নৱজাতক ইউনিটত কাম কৰিছিল। তেওঁ আৰু ছয়টা শিশুক হত্যা কৰাৰ চেষ্টা কৰিছিল।

লগতে পঢ়ক: যৌন সম্পৰ্কৰ বাবে সন্মতিৰ নূন্যতম বয়স কিমান হোৱা উচিত? উচ্চতম ন্যায়ালয়ে বিচাৰিলে কেন্দ্ৰৰ মতামত

লাকী লেটবি নামৰ নাৰ্ছগৰাকীৰ বয়স ৩৩ বছৰ। হত্যাৰ বলি হোৱা নৱজাতককেইটাৰ ভিতৰত পাঁচটা পুত্ৰ শিশু আৰু এগৰাকী কন্যা শিশুক হত্যা কৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, ২০১৫-২০১৬ চনৰ ভিতৰত তেওঁ নৈশ শ্বিফটত কাম কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল।

দহ মাহৰ বিচাৰৰ অন্তত মানচেষ্টাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰে। জনা গৈছে যে ইনচুলিন বা বায়ু প্ৰয়োগৰ বাহিৰেও বলপূৰ্বকভাৱে গাখীৰ খুৱাই দিয়াৰ দৰে বিভিন্ন ধৰণে লাকীয়ে সেই শিশুসকলক হত্যা কৰিছিল।

লগতে পঢ়ক: যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!

তেওঁ নিজেই এটা টোকাত লিখিছে, ‘মই সিহঁতক মাৰি পেলাওঁ কাৰণ মই সিহঁতৰ যত্ন ল’ব পৰাকৈ ভাল কোনো নহয়।’ ‘মই এগৰাকী ভয়ংকৰ চয়তান।’ ‘মই চয়তান, মই এইটো কৰিছো।’

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd