• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌন সম্পৰ্কৰ বাবে সন্মতিৰ নূন্যতম বয়স কিমান হোৱা উচিত? উচ্চতম ন্যায়ালয়ে বিচাৰিলে কেন্দ্ৰৰ মতামত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2023 10:31 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন সম্পৰ্কৰ বাবে সন্মতিৰ নূন্যতম বয়স কিমান হ’ব লাগে? ১৬ নে ১৮? এই সন্দৰ্ভত বহুদিন ধৰি বিতৰ্ক চলি আহিছে। বিভিন্ন ৰাজ্যৰ পৰা আৰম্ভ কৰি উচ্চতম ন্যায়ালয়তো কেইবাটাও গোচৰ ৰুজু হৈছে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বিষয়ত মতামত বিচাৰিছে।

বহু সময়ত ১৬ৰ পৰা ১৮ বছৰীয়া ল’ৰা-ছোৱালীয়ে, যিসকলে মাত্ৰ কৈশোৰ পাৰ হৈ প্ৰাপ্তবয়স্ক জীৱনত ভৰি দিছে, তেওঁলোকে সন্মতিসূচকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে। কিন্তু আইন অনুসৰি ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হয়। এই আইনৰ বিধান সলনি কৰিবলৈ উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ আবেদন দাখিল কৰা হৈছিল। তাৰেই শুনানিৰ সময়ত কেন্দ্ৰৰ পৰা মতামত বিচৰা হৈছে।

লগতে পঢ়ক: ‘আমেথিৰ পৰাই ২০২৪-ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে’; বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকা?

Apply Now

এই জনস্বাৰ্থৰ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল অধিবক্তা হৰ্ষ বিভূৰ সিংঘালে। শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই আবেদন গ্ৰহণ কৰে।বিচাৰপীঠে কেন্দ্ৰীয় আইন মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগকে ধৰি একাধিক কৰ্তৃপক্ষৰ পৰা এই বিষয়ত মতামত বিচৰিছে।

আইন অনুসৰি ১৬ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ-কিশোৰীয়ে যদি দুয়ো সন্মতিৰে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হয়, কিয়নো আইনত তেওঁলোকৰ সন্মতি অপ্ৰাপ্তবয়স্ক হিচাপে স্বীকৃতি দিয়া হোৱা নাই। ইয়াৰ বিৰুদ্ধে POCSO Actৰ অধীনত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা হয়।

জনস্বাৰ্থৰ আবেদনত অধিবক্তা হৰ্ষ বিভোৰে কয় যে ১৬ৰ পৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়ে কিবা এটা বিচাৰ কৰাৰ লগতে ইয়াৰ বিপদসমূহ বুজিবলৈ শাৰীৰিক, জৈৱিক, মানসিক আৰু সামাজিক ক্ষমতা আয়ত্ত কৰে। নিজৰ শৰীৰেৰে তেওঁলোকে কি কৰিব বিচাৰে, সেইটো স্বাধীনতা তেওঁলোকৰ আছে। গতিকে ১৬ৰ পৰা ১৮ বছৰ বয়সৰ দুয়োজনেই যদি সন্মতিসূচকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা উচিত নহয়।

লগতে পঢ়ক: যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!

উল্লেখ্য যে ইয়াৰ পূৰ্বে জুলাই মাহত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়েও যৌন সম্পৰ্কৰ বাবে সন্মতিৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিছিল। সেই গোচৰত আদালতৰ পৰ্যবেক্ষণ আছিল যে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ যুগত ১৪ বছৰ বয়সৰ পৰাই কিশোৰ-কিশোৰীসকলে যৌনতাৰ প্ৰতি অধিক সচেতন হৈ পৰিছে। সেই বয়সতে ইজনে সিজনৰ প্ৰতি শাৰীৰিক আকৰ্ষণো গঢ় লৈ উঠে। কিন্তু এই ক্ষেত্ৰত বহু সময়ত পুৰুষক আইনৰ অপব্যৱহাৰ কৰি অপৰাধী বুলি চিনাক্ত কৰিব লগা হয়। শেষত ছোৱালীজনীৰো ক্ষতি হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd