• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত ভঙা বাঁহৰ দলঙেৰে পাৰ হয় গাঁৱৰ ৰাইজ; খবৰ নাই জনপ্ৰতিনিধিৰ

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
September 23, 2019 2:39 pm
3.8k
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনকামী চৰকাৰৰ গড়কাপ্টানী মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পথ আৰু দলঙৰ ব্যাপক উন্নয়ন হোৱা বুলি বিভিন্ন সভাই সমিতিয়ে যশ কৰি আহিছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা পথ আৰু দলঙৰ জৰাজীৰ্ণ অৱস্থাই চৰকাৰৰ ফোঁপোলাস্বৰূপ উদঙাই দিছে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ চামগুৰি সমষ্টি আৰু কলিয়াবৰ সমষ্টিৰ সীমাত থকা এখন জৰাজীৰ্ণ দলঙৰ বাবে ৰাইজৰ হাৰাশাস্তিৰ সৃষ্টি হৈছে। অতিকে জৰাজীৰ্ণ এই  দলঙখনত উঠা-নমা কৰিবলৈ মাটিৰ পৰা প্ৰায় আঠ-দহ ফুট বগাব লগা হয়।

চামগুৰি সমষ্টিৰ ব্যস্ত অঞ্চল আমনিৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত কলং নৈৰ ওপৰত থকা চামগুৰিৰ শিয়ালে খাইতি আৰু কলিয়াবৰৰ মিছামুখ সংযোগী ভংগ্নপ্ৰায় দলঙখনৰ কোনোমতে অস্তিত্বটোহে আছে।

বিগত বহু বছৰ ধৰি দলংখনৰ দুৰৱস্থাৰ বাবে হাতৰ মুঠিত জীৱটো লৈ প্ৰতিদিনে পাৰ হয় দুয়োপাৰৰ বহু সংখ্যক পুৰুষ-মহিলা আৰু কণ-কণ ছাত্ৰ-ছাত্ৰীসকল।

উল্লেখযোগ্য যে, সেই ঠাইত সূচল যাতায়তৰ বাবে এখন কাঠৰ অথবা পকী দলং নিৰ্মাণৰ কাৰণে দুয়োটা সমষ্টিৰে জনপ্ৰতিনিধি ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰকিবুল হুছেইনৰ ওচৰত স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd