• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰেকিং পথৰ সৈতে পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল : মুকলি কৰিলে মন্ত্ৰী কেশৱ মহন্তই

উত্তম শইকীয়া by উত্তম শইকীয়া
November 15, 2020 7:23 pm
index.jpgaa
219
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল বিশ্বৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিচত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হয়৷

জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বন্তি জ্বলায় ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে বুঢ়াপাহাৰ বনাঞ্চল৷

এই উপলক্ষে কলিয়াবৰ মহকুমাৰ ঘোঁৰাকাটিত অৱস্থিত বুঢ়াপাহাৰ বনাঞ্চলৰ কাৰ্যালয়ৰ সমীপৰ প্ৰৱেশদ্বাৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ উপৰিও কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওঁগ, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, দ্বিতীয় বন সুৰক্ষা বাহিনীৰ অধিনায়ক মুকুল শইকীয়া, কলিয়াবৰৰ মহকুমাধিপতি মৃন্ময় দাস, বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী, অভিনেত্ৰী বৰদলৈৰ উপৰিও স্থানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ বিষয় ববীয়াৰ উপৰিও বন বিষয়া আৰু কৰ্মীও উপস্থিত থাকে৷

বুঢ়া পাহাৰ বনাঞ্চলৰ উপৰিও মন্ত্ৰী কেশৱ মহন্তই বুঢ়াপাহাৰৰ চিৰাং পাহাৰত পৰ্যটকৰ বাবে মুকলি কৰা ট্ৰেকিং পথ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন সংযোজন কুঠৰীৰ বান্দৰডুবি অঞ্চলৰ পৰ্যটন পথো আনুষ্ঠানিকভাৱে মুকলি কৰে৷

উদ্বোধনীৰ পিচত দিয়া ভাষণত কেশৱ মহন্তই বুঢ়াপাহাৰ, চিৰাং পাহাৰৰ ট্ৰেকিং আৰু বান্দৰডুবি অঞ্চলৰ পৰ্যটনে অঞ্চলতোৰ জনসাধাৰণ আৰ্থ সামাজিক উন্নয়নত সহায় কৰিব বুলি জনায়৷ ইয়াৰ লগতে কাজিৰঙাৰ কাঞ্চনজুৰিৰ প্ৰৱেশ দ্বাৰ আৰু পৰ্যটকক চাইকেল চলোৱাৰ বাবে সুবিধা প্ৰদান কৰিবৰ বাবেও তেওঁ আহ্বান জনায়৷

আজিৰ উদ্বোধনী অনুষ্ঠানৰ পিচত তিনিটা স্থানেই পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে৷ উল্লেখ্য যে সম্প্ৰতি বৱঢ়াপাহাৰ বনাঞ্চলৰ ২২ কিলোমিটাৰ পথ, চিৰাং পাহাৰৰ ২ কিলোমিটাৰ ট্ৰেকিং পথ আৰু বান্দৰডুবি ৬ কিলোমিটাৰ পথ পৰ্যটকৰ বাবে মুকলি কৰা হয়৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd