• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰেকিং পথৰ সৈতে পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল : মুকলি কৰিলে মন্ত্ৰী কেশৱ মহন্তই

উত্তম শইকীয়া by উত্তম শইকীয়া
November 15, 2020 7:23 pm
index.jpgaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল বিশ্বৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিচত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হয়৷

জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বন্তি জ্বলায় ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে বুঢ়াপাহাৰ বনাঞ্চল৷

Apply Now

এই উপলক্ষে কলিয়াবৰ মহকুমাৰ ঘোঁৰাকাটিত অৱস্থিত বুঢ়াপাহাৰ বনাঞ্চলৰ কাৰ্যালয়ৰ সমীপৰ প্ৰৱেশদ্বাৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ উপৰিও কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওঁগ, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, দ্বিতীয় বন সুৰক্ষা বাহিনীৰ অধিনায়ক মুকুল শইকীয়া, কলিয়াবৰৰ মহকুমাধিপতি মৃন্ময় দাস, বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী, অভিনেত্ৰী বৰদলৈৰ উপৰিও স্থানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ বিষয় ববীয়াৰ উপৰিও বন বিষয়া আৰু কৰ্মীও উপস্থিত থাকে৷

বুঢ়া পাহাৰ বনাঞ্চলৰ উপৰিও মন্ত্ৰী কেশৱ মহন্তই বুঢ়াপাহাৰৰ চিৰাং পাহাৰত পৰ্যটকৰ বাবে মুকলি কৰা ট্ৰেকিং পথ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন সংযোজন কুঠৰীৰ বান্দৰডুবি অঞ্চলৰ পৰ্যটন পথো আনুষ্ঠানিকভাৱে মুকলি কৰে৷

উদ্বোধনীৰ পিচত দিয়া ভাষণত কেশৱ মহন্তই বুঢ়াপাহাৰ, চিৰাং পাহাৰৰ ট্ৰেকিং আৰু বান্দৰডুবি অঞ্চলৰ পৰ্যটনে অঞ্চলতোৰ জনসাধাৰণ আৰ্থ সামাজিক উন্নয়নত সহায় কৰিব বুলি জনায়৷ ইয়াৰ লগতে কাজিৰঙাৰ কাঞ্চনজুৰিৰ প্ৰৱেশ দ্বাৰ আৰু পৰ্যটকক চাইকেল চলোৱাৰ বাবে সুবিধা প্ৰদান কৰিবৰ বাবেও তেওঁ আহ্বান জনায়৷

আজিৰ উদ্বোধনী অনুষ্ঠানৰ পিচত তিনিটা স্থানেই পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে৷ উল্লেখ্য যে সম্প্ৰতি বৱঢ়াপাহাৰ বনাঞ্চলৰ ২২ কিলোমিটাৰ পথ, চিৰাং পাহাৰৰ ২ কিলোমিটাৰ ট্ৰেকিং পথ আৰু বান্দৰডুবি ৬ কিলোমিটাৰ পথ পৰ্যটকৰ বাবে মুকলি কৰা হয়৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd