• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2019 7:19 pm
Bulbul-Can-Sing-1140x570
549
VIEWS
Share on FacebookShare on Twitter

অহা ২০ ছেপ্টেম্বৰত (শুকুৰবাৰ) অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব ৰীমা দাসৰ উচ্চ-প্ৰসংশিত চলচ্চিত্ৰ ‘বুলবুল কেন ছিং’।

‘আমি অহা ২০ ছেপ্টেম্বৰত অসমত আপোনাৰ কাষৰ ছবিগৃহলৈ আমি আহি আছো, আপোনালোকৰ মৰম আৰু আশিৰ্বাদ লাগে’ আজি এক ফে’চবুক পষ্টত ৰীমা দাসে কয়।

অহা ২৭ ছেপ্টেম্বৰৰ পৰা দেশৰ PVR সমূহত ছবিখন মুক্তি পাব বুলিও তেওঁ পষ্টটোত উল্লেখ কৰে।

উল্লেখযোগ্য যে যোৱা ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বুলবুল কেন চিঙে অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰিছিল।।

অসমৰ গাঁও এখনৰ এগৰাকী কিশোৰীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা বুলবুল কেন ছিং ছবিখনৰ চিত্ৰনাট্য, কাহিনী আৰু নিৰ্দেশনা হৈছে ৰীমা দাসৰ। ছবিখনত অভিনয় কৰিছে পাকিজা বেগম, অৰ্ণালী দাস, মানবেন্দ্ৰ দাস, মনোৰঞ্জন দাস আৰু বনিতা ঠাকুৰীয়াই।

ভিলেজ ৰকষ্টাৰ্ছৰ সীমাহীন সফলতাৰ পিছত ৰীমা দাসৰ পৰিচালনাত নিৰ্মিত বুলবুল কেন ছিং ছবিখনেও ইতিমধ্যে ৰাষ্ট্ৰীয় তথা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেলত বিভিন্ন সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে।

এতিয়ালৈকে ছবিখন প্ৰদৰ্শিত হৈছে বাৰ্লিন, টৰণ্ট আদি দেশ-বিদেশৰ ৪০খন চলচ্চিত্ৰ মহোৎসৱত। যোৱা আগষ্টত ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব’ৰ্ন’ত ছবিখনে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰিছিল।

Recent News

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd