• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2025 11:05 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছিল। এনে পৰিস্থিতিত শনিবাৰে বিয়লি হঠাতে যুদ্ধবিৰতি ঘোষণা কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই সন্দৰ্ভত পোষ্ট কৰে। কিন্তু এই ঘোষণাৰ কিছু ঘণ্টাৰ ভিতৰতে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে। পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা কি ঘটিছে চাওঁক।

২২ এপ্ৰিল : জম্মু-কাশ্মীৰৰ পেহেলগামৰ বৈছাৰন উপত্যকাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। পৰ্যটকৰ ধৰ্মীয় পৰিচয় সুধি হত্যা কৰাৰ অভিযোগ উঠে। মুঠ ২৬ জন লোকৰ মৃত্যু হয়।

Apply Now

২৩ এপ্ৰিল : পেহেলগাম আক্ৰমণৰ প্ৰতিবাদত নতুন দিল্লীয়ে বলিষ্ঠ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে। ভাৰতে সিন্ধু জল সন্ধি বাতিল কৰে, ভিছা বাতিল কৰিলে, সীমান্ত বন্ধ কৰিলে আৰু পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ দিলে।

তদুপৰি, এপ্ৰিল মাহৰ বাকী দিনকেইটাত নতুন দিল্লীয়ে কেইবাটাও কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে। এই সময়ছোৱাত দেশৰ সেনাই একাধিক স্থানত অনুশীলন চলাইছিল।

৭ মে’: ভাৰতীয় সেনাই আৰম্ভ কৰে অপাৰেচন সিন্দুৰ। সেই অভিযানত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ মুঠ ৯টা স্থানত সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি নিয়ন্ত্ৰিত বিমান আক্ৰমণ চলোৱা হৈছিল। ফলত কেইবাটাও সন্ত্ৰাসবাদী ঘাটি ধ্বংস হয়। বহু সন্ত্ৰাসবাদীৰ মৃত্যুও ঘটে।

৮ মে’ : অপাৰেচন সিন্দুৰত বিধ্বস্ত হৈ পৰা পাকিস্তানে সেই নিশা ভাৰতৰ ওপৰত প্ৰত্যাক্ৰমণৰ চেষ্টা চলায়। ভাৰতৰ কাশ্মীৰ আৰু পঞ্জাৱৰ কেইবাটাও স্থানৰ ওপৰেৰে পাকিস্তানী ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ উৰিবলৈ আৰম্ভ কৰে। কিন্তু ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াৰে অধিকাংশকে প্ৰতিহত কৰে। পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাত প্ৰচণ্ড গুলীচালনা আৰম্ভ কৰে। ভাৰতেও তাৰ উপযুক্ত উত্তৰ দিয়ে। সেই নিশা ভাৰতে লাহোৰত পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰে।

৯ মে’ : পুৱাৰে পৰা নিশালৈ একাধিক ঘটনা সংঘটিত হয়। উদাহৰণস্বৰূপে, এদিনতে পাকিস্তানে সীমান্তত গুলীচালনাৰ তীব্ৰতা বৃদ্ধি কৰে। ভাৰতৰ প্ৰায় ২৬ স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখে। ভাৰতে মাজনিশা আন এক বিমান আক্ৰমণৰ জৰিয়তে একাধিক পাকিস্তানী বিমান ঘাটি ধ্বংস কৰে। পাকিস্তান অধিকৃত কাশ্মীৰৰ সেনা শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেডো ধ্বংস কৰা হয়।

১০ মে’ : ভাৰত আৰু পাকিস্তানৰ সৈতে যুদ্ধ বন্ধ কৰাৰ বিষয়ে আলোচনা কৰিলে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। বিয়লি যুদ্ধবিৰতি ঘোষণা কৰা হয়। কিন্তু কেইঘণ্টামানৰ পাছত পাকিস্তানে চুক্তি উলংঘা কৰে। ড্ৰোন আক্ৰমণ আৰু গুলীচালনাৰ ঘটনা পুনৰ সংঘটিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd