• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোটাৰলৈ ‘বাম্পাৰ অফাৰ’! ভোট দিলেই লাভ কৰিব আইচক্ৰীম,জেলেপী আৰু চাওমিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2024 5:19 pm
198
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ অন্ত পৰিল। অহা শুকুৰবাৰে দ্বিতীয় ৰাউণ্ডৰ ভোটগ্ৰহণ। মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা প্ৰশাসনে ভোটগ্ৰহণৰ সময়ত ভোটাৰক বিশেষ ‘পুৰস্কাৰ’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটাৰক পুৱা ভোট দিবলৈ যাওঁতে আইচক্ৰীম দিয়া হ’ব৷তাকো বিনামূলীয়া। খাদ্যৰ তালিকাত পোহা, জেলেপীৰ লগতে চাওমিন, মানচুৰিয়ান আদিও আছে। কিন্তু বিনামূলীয়া খাদ্য লাভৰ বাবে বিশেষ চৰ্ত আছে।

ইন্দোৰ, মধ্যপ্ৰদেশত ১৩ মে’ত ভোটদান কৰিব। এই তালিকাত আছে ২৫.১৩ লাখ ভোটাৰৰ নাম। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ইন্দোৰ লোকসভা সমষ্টিৰ পৰা ৬৯ শতাংশ লোকে ভোটদান কৰিছিল। এইবাৰ ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে বিশেষ উপহাৰ।

জিলা দণ্ডাধীশ আশীষ সিঙে জনোৱা মতে, পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ৬০ বছৰৰ ওপৰৰ প্ৰাৰ্থীৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰা প্ৰাৰ্থীক বিনামূলীয়াকৈ চিৰাৰ ব্যঞ্জন পোহা আৰু জেলেপী দিয়া হ’ব। এই ‘পুৰস্কাৰ’ ইন্দোৰৰ যিকোনো খাদ্যৰ দোকানত উপলব্ধ। ভোটদানৰ পিছত চিয়াঁহীৰ চিন দেখুৱালে ভোটাৰক বিনামূলীয়াকৈ খাদ্য দিয়া হ’ব।

ইয়াৰ বাহিৰেও পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ভোটদান কৰা যিকোনো ভোটাৰক বিনামূলীয়াকৈ চাওমিন আৰু মানচুৰিয়ান দিয়া হ’ব।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd