• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2025 10:45 am
587
VIEWS
Share on FacebookShare on Twitter

ইলন মাস্কৰ ছ’চিয়েল মিডিয়া সংস্থা এক্সে ভাৰতত ৮ হাজাৰৰো অধিক একাউণ্ট ব্লক কৰি দিছে। এই সকলোবোৰ একাউণ্ট বন্ধ কৰিবলৈ কেন্দ্ৰ চৰকাৰে এক্সক নিৰ্দেশ দিছে। এক্সৰ গ্ল’বেল গভৰ্ণমেণ্ট এফেয়াৰ্ছৰ দলে এই একাউণ্ট বন্ধ কৰাৰ কথা জনাইছে।

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে ভাৰতে। পাকিস্তানৰ প্ৰত্যাক্ৰমণত পৰিস্থিতি জটিল হৈ পৰিছে।

এই উত্তেজনাপূৰ্ণ পৰিস্থিতিত বিভিন্ন এক্স একাউণ্টৰ জৰিয়তে উত্তেজনা বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে। সেইবাবেই ইয়াক বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। সেই আদেশ অমান্য কৰিলে এক্সৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা সকীয়াই দিয়া হৈছে।

এই সন্দৰ্ভত এক্সৰ এটা পোষ্টত লিখা হৈছে, “এক্সে ভাৰত চৰকাৰৰ পৰা ৮ হাজাৰৰো অধিক একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ পাইছে।” এই নিৰ্দেশ যদি এক্সে নামানে তেন্তে বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ’ব আৰু স্থানীয় কৰ্মীসকলক কাৰাগাৰত ভৰোৱা হ’ব বুলিও কেন্দ্ৰই সকীয়াই দিছে। সেই আদেশ মানি চলি এক্সে ইতিমধ্যে এক্সৰ একাউণ্ট বন্ধ কৰিবলৈ আৰম্ভ কৰিছে।

এক্সে উল্লেখ কৰিছে যে এই একাউণ্টসমূহ কেৱল ভাৰততহে বন্ধ কৰা হ’ব। কিন্তু এক্সে এই একাউণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সৈতে একমত নহয় বুলিও উল্লেখ কৰিছে।

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াৰ জৰিয়তে উত্তেজনা বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে। পাকিস্তানৰ পৰা বিভিন্ন চেনেলৰ জৰিয়তে ভাৰত বিৰোধী বাৰ্তা প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতে। ইয়াৰ পিছত ভাৰতত কেইবাটাও পাকিস্তানী ছ’চিয়েল মিডিয়া একাউণ্ট ব্লক কৰা হয়। সেই তালিকাত পাকিস্তানৰ মন্ত্ৰী আৰু বিষয়াৰ লগতে কেইবাজনো ৰাজহুৱা ব্যক্তিত্বও আছে।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd