• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2022 7:42 am
ফটো: বিচিচিআই টুইটাৰ

ফটো: বিচিচিআই টুইটাৰ

142
VIEWS
Share on FacebookShare on Twitter

Bumrah’s all-round show বতৰে বাধা নিদিলে টীম ইণ্ডিয়াই ২০০৭ চনৰ পিছত পুনৰ এবাৰ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা জিকাৰ সম্ভাৱনা উজলি উঠিছে। সেইবাৰ ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত শৃংখলা জয়ৰ সোৱাদ পাইছিল সৌৰভ গাংগুলী আৰু শচীন তেণ্ডুলকাৰে। এইবাৰ প্ৰাক্তন অধিনায়কজন দলটোৰ মুখ্য প্ৰশিক্ষকৰ চকীত বহি আছে।

দ্বিতীয় দিনা বৰষুণে বাৰে বাৰে খেল বিঘ্নিত কৰে যদিও যশপ্ৰীত বুমৰাহৰ নেতৃত্বত টীম ইণ্ডিয়াই কম সুযোগৰ মাজতে নিজৰ কাম কৰি পেলাইছে। বেটিঙৰ পৰা বলিংলৈকে সকলো বিভাগতে টীম ইণ্ডিয়াই বেন ষ্ট’কছৰ দলক দিশহাৰা কৰি তুলিছে।

ফটো: বিচিচিআই টুইটাৰ।

ৰবীন্দ্ৰ জাদেজাৰ ১০৪ ৰাণ আৰু বুমৰাহৰ ১৬ টা বলত অপৰাজিত ৩১ ৰাণৰ সহায়ত ভাৰতৰ প্ৰথম ইনিংছ ৪১৬ ৰাণত সমাপ্ত হয়। তাৰ পিছত বল হাতত লৈ খেলপথাৰত নামিয়েই এক বিধ্বংসী ৰূপ লয় দলৰ অধিনায়কে। বুমৰাহে অকলেই ইংলেণ্ডৰ টপ অৰ্ডাৰ ধ্বংস কৰে। এলেক্স লিজ, জেক ক্ৰাউলি আৰু ফৰ্মত থকা অলি পোপক তেওঁৰ গতিৰ সস্মুখত অসহায় যেন লাগিছিল। মাত্ৰ ৪৪ ৰাণতে ৩ টা উইকেট হেৰুৱাই আৰম্ভণিতে বেকফুটত গৈছিল ঘৰুৱা দলটো।

That's Stumps on Day 2 of the #ENGvIND Edgbaston Test! #TeamIndia put on a fantastic show with the ball, scalping 5 England wickets, after posting 416 on the board. 👏 👏

We will be back for Day 3 action tomorrow.

Scorecard ▶️ https://t.co/xOyMtKrYxM pic.twitter.com/Q2kLIFR7O0

— BCCI (@BCCI) July 2, 2022

বাৰে বাৰে হোৱা বৰষুণৰ বাবে খেলখন বন্ধ হৈ পৰিছিল। তাৰ লগতে আছিল ভাৰতীয় পেচাৰৰ চাপ। সেই সময়ত জো ৰুট আৰু জনি বেয়াৰস্টোৱে চাপৰ মাজত কিছু সংগ্ৰাম চলাইছিল। দুয়োজনে চতুৰ্থ উইকেটত ৩৪ ৰাণ যোগ দিয়ে। কিন্তু দিনটোৰ শেষত ৰুটক মহম্মদ চিৰাজে আউট কৰাৰ লগে লগে ইংলেণ্ডে এক মোক্ষম আঘাত পায় । ৰুটে ৩১ ৰাণত পেভলিয়নলৈ উভতি যায়। মহম্মদ ছামীও পিছ পৰি নাথাকিল। তেওঁ ‘নাইট ৱাচমেন’ জেক লিচক পেভলিয়নলৈ ঘূৰাই পঠায়।

ফটো: বিচিচিআই টুইটাৰ।

দিনটোৰ শেষত ইংলেণ্ডৰ স্ক’ৰ হয়গৈ ৫ উইকেটত ৮৪ ৰাণ। ভাৰত এতিয়াও ৩৩২ ৰাণত আগবাঢ়ি আছে। ‘মেন ইন ব্লু’ ব্ৰিগেডে ইতিমধ্যে শৃংখলাটোত ২-১ ত আগবাঢ়ি আছে। এজবাষ্টনত ভাৰতে আগতে বিজয়ৰ সোৱাদ পোৱা নাই। এই টেষ্টত জয়লাভ কৰিলে টীম ইণ্ডিয়াই শৃংখলা জয়ৰ লগতে এজবাষ্টনত ভাৰতৰ পৰম্পৰাও সলনি হৈ পৰিব। 

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd