• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থানত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি উপস্থিত হ’ল গুৱাহাটীত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2020 8:53 am
kota-bus

ফটো: টুইটাৰ @ডিচি কামৰূপ মেট্ৰ'

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ কোটাৰ পৰা তাত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি আজি পুৱতি নিশা ৩বাজি ১০ মিনিটত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয়।

বাছৰ লগতে আহি উপস্থিত হোৱা যাত্ৰীসকলক কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে উষ্ম আদৰণি জনায়।

দলটো আহি উপস্থিত হোৱাৰ সময়ত তাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে।

মন্ত্ৰী শৰ্মাই টুইটাৰৰ জৰিয়তে আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়।

তেওঁৰ টুইটাৰত মন্ত্ৰী গৰাকীয়ে লিখিছে:

‘’কোটাৰ পৰা এক দীঘলীয়া যাত্ৰাৰ অন্তত ৩৯১গৰাকী ল’ৰা-ছোৱালী আনন্দেৰ উভতি আহিছে। তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি তেওঁলোকক ১৪ দিনৰ কোৱাৰেন্টাইন ৰাখিম।‘’

কোটাত আৱদ্ধ হৈ থকা অসমৰ ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰীকে সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেন্টাইনলৈ পঠিয়াই দিয়া হ’ব।

ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমতে পাঁচদিনৰ বাবে কোৱাৰেন্টাইন কৰা হ’ব আৰু নিৰীক্ষণত ৰখা হ’ব।

তেওঁলোকৰ পৰীক্ষা কৰা হ’ব আৰু তেওঁলোকৰ লক্ষণসমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে তেওঁলোকক আনুষ্ঠানিক কোৱাৰেন্টাইন কৰা হ’ব নে হোম কোৱাৰেন্টাইনত দিয়া হ’ব তাৰ সিদ্ধান্ত ল’ব।

himanta-kota
ফটো: টুইটাৰ @হিমন্ত বিশ্ব

 

উল্লেখযোগ্য যে ৰাজস্থানৰ কোটাত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ দলটো অসম চৰকাৰৰ সহযোগত অসমলৈ আহিছে।

কামৰূপ মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক পণজিৎ‌ দুৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰাজস্থানৰ পৰা অসমলৈ অসমৰ শিক্ষাৰ্থী দলটোক লৈ আনিছে।

মুঠ ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৮ খন বিশেষ বাছৰে অসমলৈ লৈ আহি থকা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিছিল।

ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগৰে বয়স ১৮ বছৰতকৈ কম হ’ব বুলি মন্ত্ৰী গৰাকীয়ে লগতে জনাইছিল।

kota-students
ফটো: টুইটাৰ @ডিচি কামৰূপ মেট্ৰ’

অসমৰ শিক্ষাৰ্থী সকলক লৈ আহি থকা বাছ কেইখনৰ এই যাত্রা নিৰীক্ষণ কৰি আছিল আই পি এছ বিষয়া তথা বৰ্তমান ৰাজ্যৰ ক’ৰ’না কন্ট্ৰ’লৰ তত্বাৱধায়ক আনন্দ প্ৰকাশ তিৱাৰীয়ে।

আনহাতে, বাছৰ ভাড়া ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে বহন কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনাইছিল। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৭০০০ টকাকৈ বাছৰ ভাড়া বহন কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত উল্লেখ কৰিছিল।

অসম চৰকাৰে বিভিন্ন ৰাজ্যৰ মাজেৰে পাৰ হৈ আহিবলগীয়া যাৱতীয় অনুমতিৰ ক্ষেত্ৰতহে সহায় কৰিছে বুলিও’ তেওঁ জানিব দিছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd