• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমুজ্জ্বল, লুৰিণ, বৰষাৰাণী বিষয়াকে ধৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক

প্ৰথমবাৰৰ বাবে দীঘলীপুখুৰীৰ পৰ্য্যটন ক্ষেত্ৰক “কাৰাগাৰ”ত পৰিণত কৰিলে ৰাজ্য চৰকাৰে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 17, 2019 2:56 pm
Barasa Rani Bishaya

দীঘলীপুখুৰীৰ পাৰত সৃষ্টি কৰা অস্থায়ী কাৰাগাৰত প্ৰতিবাদকাৰী।

329
VIEWS
Share on FacebookShare on Twitter

আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি প্ৰায় ৩০০ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আজিও আটক কৰিছে আৰক্ষীয়ে।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে শ্ল’গান দি দুপৰীয়া ১২ বজাত লতাশিল খেলপথাৰৰ পৰা উপায়ুক্তৰ কাৰ্য্যালয় অভিমুখে যাওঁতেই আৰক্ষীয়ে সকলোকে আটক কৰে।

১৬ ডিচেম্বৰৰ পৰা “গণ সত্যাগ্ৰহ”ৰ মাজেৰে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলে “হয় CAA বাতিল কৰক, নহয় আমাক গ্ৰেপ্তাৰ কৰক” শ্ল’গান দি উপায়ুক্তৰ কাৰ্য্যালয়লৈ সমদল কৰি গৈছিল।

আটকাধীন আছু নেতা, শিল্পীকে ধৰি প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীক বৰ্তমান অস্থায়ী কাৰাগাৰত পৰিণত কৰা দীঘলীপুখুৰীৰ পাৰ-সংলগ্ন পাৰ্কত আবদ্ধ কৰি ৰাখিছে। গুৱাহাটীৰ মাজমজিয়াৰ উল্লেখযোগ্য পৰ্য্যটন ক্ষেত্ৰ পাৰ্কখনত এতিয়া চাৰিওফালে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ পহৰাৰ মাজত বন্দী হিচাপে আছে এই প্ৰতিবাদকাৰীসকল।

১৬ ডিচেম্বৰতো আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি এই অস্থায়ী কাৰাগাৰত আবদ্ধ কৰি ৰাখিছিল। দুঘণ্টামান বন্দী কৰি ৰখাৰ পিছত প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিছিল আৰক্ষীয়ে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd