• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখত বিৰিঙিছে হাঁহি; ক্ৰমাৎ সুস্থ হৈছে মিজোৰাম সীমান্তত গুলিবিদ্ধ হৈ গুৰুতৰভাৱে আহত IPS নিম্বলকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 29, 2021 8:59 pm
Nimbalkar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৬ জুলাইৰ দিনা সকলোৰে বুকু কঁপাই যোৱা এক ঘটনা।

অসম-মিজো সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱাইছিল অসম আৰক্ষীৰ ৬ গৰাকীকৈ জোৱানৰ।

গুলিবিদ্ধ হৈ আহত হৈছিল অৰ্ধ শতাধিক অসম আৰক্ষীৰ জোৱানৰ লগতে স্থানীয় লোক।

গুলিবিদ্ধসকলৰ মাজত আছিল প্ৰাক্তন কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ।

তেওঁ আনকি গুলিয়া-গুলি চলি থকাৰ সময়ত দেহত গুলি লগাৰ পাছতো মিজো আৰক্ষীক ‘ফায়াৰিঙ’ বন্ধ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ লগতে অসম আৰক্ষীয়ে গুলি চলোৱা নাই বুলি বাৰেপতি কৈ আছিল।

বিতৰ্কিত আন্তঃৰাজ্যিক সীমান্তত মিজোৰামৰ আৰক্ষী বাহিনীৰ গুলিত বিষয়াজন আহত হয় আৰু তেওঁক বিমানেৰে মুম্বাইলৈ নিয়া হয় আৰু আন্ধেৰীৰ কোকিলাবেন আম্বানী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয়।

তেওঁৰ কঁকাল আৰু শৰীৰৰ তলৰ অংশত গুলিয়ে বেছিভাগ আঘাত কৰিছিল তথা কোনো গুৰুত্বপূৰ্ণ অঙ্গ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা নাছিল।

তিনিঘন্টা ধৰা অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে তেওঁৰ দেহৰ পৰা পাঁচটাকৈ গুলি বাহিৰ কৰিবলৈ সক্ষম হৈছিল।

এতিয়া ক্ৰমান্বয়ে সুস্থিৰ হৈ উঠিছে বৈভৱ নিম্বলকাৰ। চিকিৎসালয়ৰ বিচনাৰ পৰা মুখত এমুকুৰা হাঁহি লৈ উঠা এখন ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

উক্ত ফটোখন ফেচবুকত আপলোড কৰি ১৩ নং লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়ে লিখিছে ‘মুম্বাইত চিকিৎসাধীন হৈ থকা প্ৰাক্তন কাছাৰ এছপি নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্ত আইপিএছে চিকিৎসাৰ প্ৰতি ভালদৰে সঁহাৰি জনাইছে আৰু তেওঁৰ স্বাস্থ্য এতিয়া সুস্থিৰ হৈ আছে বুলি জানি অতি আনন্দিত হৈছো। আপোনাৰ মুখৰ হাঁহিটো অসমৰ জনসাধাৰণৰ বাবে এক ডাঙৰ সকাহ। সমগ্ৰ অসমে আপোনাৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আছে। সোনকালে ঘূৰি আহক।‘

নিম্বালকাৰ ২০০৯ বৰ্ষৰ আইপিএছ আৰু অসমৰ কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক। তেওঁ বিবাহিত আৰু তেওঁৰ এগৰাকী তিনি বছৰীয়া কন্যাসন্তান আছে যি এতিয়াও অসমত আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd