• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত সফলতা! মণিপুৰত থানাৰ পৰা লুটপাত হোৱা মাৰণাস্ত্ৰৰ কিছু উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2023 9:02 pm
Manipur
2.7k
VIEWS
Share on FacebookShare on Twitter

অগ্নিগৰ্ভৰ মণিপুৰৰ পৰিস্থিতি সম্পূৰ্ণৰূপে এতিয়াও শাম কটা নাই। হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়াও অশান্ত হৈ আছে ৰাজ্যখন। তাৰ মাজতে কিছু সফলতা লাভ কৰিছে মণিপুৰ প্ৰশাসনে।

জনগোষ্ঠীয় সংঘাতে জুৰুলা কৰাৰ সময়তে মণিপুৰৰ বহুকেইখন থানাৰ পৰা লুটপাত কৰি নিছিল বৃহৎ সংখ্যক মাৰণাস্ত্ৰ। ইয়াৰ ফলশ্ৰুতিত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল মণিপুৰ চৰকাৰ।

এনে সমালোচনাৰ মাজতে হেৰুওৱা অস্ত্ৰভাণ্ডাৰৰ কিছু মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ হৈছে অসম ৰাইফলছ আৰু মণিপুৰ পুলিচ। চুৰাচান্দপুৰ জিলাত আজি অসম ৰাইফলছ আৰু আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হৈছে কিছু মাৰণাস্ত্ৰ।

প্ৰকাশিত খবৰ অনুসৰি, অভিযানকাৰী দলটোৱে এটা ৭.৬২ মিমি এছ এল আৰ, এটা ৯ এম এম কাৰ্বাইন, আৰু এটা ৯ এম এম পিষ্টলকে ধৰি মেগজিনসহ কিছু অস্ত্ৰ উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰসমূহ অধিক তদন্তৰ বাবে সিংঘাট থানাত গতাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। ইফালে নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ ইম্ফল-পশ্চিম, ইম্ফল-পূব, কংপোকপি আৰু চুৰাচান্দপুৰ জিলাৰ ফ্ৰিঞ্জ আৰু দুৰ্বল অঞ্চলতো তালাচী অভিযান চলায়।

ইম্ফল ইষ্ট আৰু চুৰাচান্দপুৰ জিলাৰ পৰা উদ্ধাৰ হৈছে চাৰিটা অস্ত্ৰ, চাৰিটা গুলী, আৰু এটা বিস্ফোৰক। এই সময়ছোৱাত ইম্ফল পশ্চিম, ইম্ফল পূব, আৰু থৌবাল জিলাতো সোতৰটা বাংকাৰ ভাঙি পেলোৱা হয়।

Recent News

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd