• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিবাহিত পুৰুষে আন মহিলাৰ সৈতে ‘লিভ-ইন ৰিলেশ্যন’ত থাকিব পাৰিবনে নোৱাৰিব? কি ক’লে ন্যায়ালয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2023 10:30 am
47.6k
VIEWS
Share on FacebookShare on Twitter

পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ আন এগৰাকী মহিলাৰ সৈতে ‘অশ্লীল আৰু ব্যভিচাৰী জীৱন’ কৰিলে,. তাক ‘লিভ-ইন ৰিলেশ্যন’ত থকা বুলি ক’ব নোৱাৰি। – এই ৰায় দিছে পঞ্জাৱ আৰু পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে। 

পঞ্জাৱত সম্পৰ্কত থাকি একেলগে বাস কৰা এহাল দম্পতীয়ে সম্পৰ্কৰ সুৰক্ষা বিচাৰি কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰিছে পঞ্জাৱ আৰু পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কুলদীপ তিৱাৰীয়ে । 

দম্পতীহালে একক ন্যায়াধীশ বিচাৰপীঠত নিজৰ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা বিচাৰিছিল। আবেদনকাৰীয়ে কৈছিল যে তেওঁলোক লিভ-ইন ৰিলেশ্যনশ্যিপত আছে। কিন্তু, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সেইটো মানি নলয়। গতিকে তেওঁলোকে লিভ-ইন ৰিলেশ্যনত থকা দম্পতীৰ দৰে আদালতৰ পৰা সুৰক্ষা বিচাৰিছিল। কিন্তু, তেওঁলোকৰ সম্পৰ্কটোক লিভ-ইন ৰিলেশ্যন বুলি মানি ল’ব খোজা নাই।

শুনানিৰ সময়ত আদালতে পৰ্যবেক্ষণ কৰিছিল যে মহিলাগৰাকী অবিবাহিত আছিল যদিও পুৰুষজন বিবাহিত আছিল। সম্পৰ্কত জটিলতা থকাৰ বাবে পু্যৰুষগৰাকীয়ে পত্নীৰ সৈতে নাথাকে। কেৱল সেয়াই নহয়, মানুহজনৰ বৈবাহিক সম্পৰ্কৰ পৰা দুটা সন্তানো আছে। দুই সন্তান মাকৰ লগত থাকে। 

ন্যায়াধীশ কুলদীপ তিৱাৰীয়ে কয়, “তেওঁ পূৰ্বৰ পত্নীৰ লগত বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰ লগত আৰু কামুক আৰু ব্যভিচাৰী কামত লিপ্ত হৈছিল। ইয়াৰ বাবে তেওঁ ভাৰতীয় দণ্ডবিধিৰ ৪৯৪ বা ৪৯৫ নং ধাৰাত শাস্তিৰ সন্মুখীনো হ’ব পাৰে। কাৰণ এনে সম্পৰ্কক লিভ-ইন ৰিলেশ্যনশ্যিপ বুলি ক’ব নোৱাৰি।”

আনহাতে, মহিলাগৰাকীৰ পৰিয়ালৰ পৰা মৃত্যুৰ ভাবুকি পোৱা বুলি আবেদনকাৰীসকলে উত্থাপন কৰা অভিযোগো মিছা বুলি আদালতে জানিবলৈ দিয়ে। 

আদালতৰ মতে, “আবেদনকাৰীসকলে তেওঁলোকৰ অভিযোগৰ সমৰ্থনত সঠিক প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হৈছে। ভাবুকি দিয়া ধৰণৰ উদাহৰণো ক’তো দিয়া হোৱা নাই।” 

আদালতে আৰু কয়, “চাবলৈ গ’লে এই আবেদন ব্যভিচাৰৰ কোনো ধৰণৰ অপৰাধমূলক গোচৰৰ পৰা হাত সাৰিবলৈ কৰা হৈছে। সেয়েহে আদালতে তেওঁলোকে বিচৰা সকাহ প্ৰদানৰ কোনো নিৰ্দিষ্ট ভিত্তি বিচাৰি নাপালে। ফলস্বৰূপে তেওঁলোকৰ আবেদন নাকচ কৰা হ’ল।”

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd