• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2025 8:24 pm
220
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-টুৱেণ্টী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে কানাডাই। কানাডা ১৩ নম্বৰ দেশ হিচাপে এই বিশ্বকাপত খেলাৰ যোগ্যতা অৰ্জন কৰিছে, আৰু এতিয়াও ৭খন দেশে যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে।

কানাডাই আমেৰিকাৰ কোৱালিফায়াৰত বাহামাছক ৭ উইকেটত পৰাস্ত কৰি এই সাফল্য লাভ কৰে। পাঁচখন খেলৰ প্ৰতিখনতেই জয়লাভ কৰি কানাডাই বিশ্বকাপৰ পথ মুকলি কৰে। শনিবাৰে কিং চিটিত বাহামাছৰ বিৰুদ্ধে খেলত কানাডাই প্ৰথমে বোলিং কৰাৰ সিদ্ধান্ত লয়। কালিম ছানাৰ (৪ উইকেট) আৰু শিম শৰ্মাৰ (১৯ ৰানত ৩ উইকেট) বলিঙত বাহামাছ ৫৬ ৰানত অল আউট হয়। কানাডাই এই ৰান মাত্ৰ ৫.৩ অভাৰত তিনি উইকেট হেৰুৱাই লক্ষ্যত উপনিত হয়। দিলপ্ৰীত বাজৱাৰ ৩৬ ৰানৰ অপৰাজিত প্ৰদৰ্শনে কানাডাৰ বিশ্বকাপত প্ৰবেশ নিশ্চিত কৰে।

কোৱালিফায়াৰৰ প্ৰথম খেলত কানাডাই বাৰ্মুডাক ১১০ ৰানত পৰাস্ত কৰে, য’ত নিকোলাছ কিৰ্টনৰ অৱদান আছিল গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত কেমেন দ্বীপপুঞ্জক ৫৩ ৰানত আৰু বাহামাছক ১০ উইকেটত পৰাস্ত কৰে। দ্বিতীয় ৰাউণ্ডত কেমেনৰ বিৰুদ্ধে ৪২ ৰানৰ জয় লাভ কৰে, আৰু শেষত বাহামাছৰ বিৰুদ্ধে ৭ উইকেটৰ জয়ৰ সৈতে কোৱালিফায়াৰৰ শীৰ্ষত থাকে।

ইতিমধ্যে ভাৰত, শ্ৰীলংকা, আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড আৰু পাকিস্তানে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আইচিচিৰ মতে, ইউৰোপৰ পৰা দুখন, আফ্ৰিকাৰ পৰা দুখন আৰু এছিয়াৰ পৰা তিনিখন দেশে এতিয়াও যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd