• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টংলা মহাবিদ্যালয়ৰ ছাত্ৰ মৃচাংক বসুমতাৰীৰ হত্যাকাৰিক শাস্তিৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদী সমদল

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 27, 2018 7:15 am
Kokrajhar
251
VIEWS
Share on FacebookShare on Twitter

বি টি এ ডিৰ ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ ছাত্ৰ মৃচাংক বসুমতাৰীক উন্মুক্ত দুষ্কৃতিকাৰীৰ দলে অতি বৰ্বৰচিতভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত কালি সন্ধিয়া কোকৰাঝাৰ চহৰত এক সমদল উলিওৱা হয়।

উক্ত সমদলত কোকৰাঝাৰৰ ৭ খন শিক্ষা প্ৰতিষ্ঠানৰ ডেৰ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় প্ৰাঙ্গনৰ পৰা  হাতে হাতে মমবাতি লৈ কোকৰাঝাৰ চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি ‘হত্যাকাৰীক শাস্তি দিয়ক’, ‘আমাক ন্যায় লাগে’ ইত্যাদি শ্লোগানেৰে চহৰৰ ৰাজপথ কপাই তোলে ৷

মৃচাংক বসুমতাৰীৰ হত্যাকাণ্ড সম্পৰ্কে জানিবলৈ ইয়াত ক্লিক কৰক। 

নৰ্থ-ইষ্ট ফৰ ইন্টাৰনেচনেল ছলিডেৰিটি (NEFIS)ৰ সভাপতি খৌমছাই ব্ৰহ্ম নেতৃত্বত উলিওৱা সমদলত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, আইন মহাবিদ্যালয়, বানিজ্য মহাবিদ্যালয়, বি এড মহাবিদ্যালয়, চি আই টি, মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ, বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু ডায়েটৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে টংলা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰ মৃশাংঙ্খ বসুমতাৰীক দুষ্কৃতিকাৰীয়ে নৃসংশভাৱে হত্যা কৰা ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ৫ জন লোকক আটক কৰিছে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd