• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 10:17 am
173
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফিনিচিং স্কুলৰ বিশেষ উদ্যোগত ২৩ জুনৰ পৰা ৩০ জুনলৈ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে পেছাদাৰী জগতৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু দক্ষতা সম্পৰ্কে আয়োজিত ’30-Hour Career Readiness and Personality Development Programme’ৰ ৩০ জুন তাৰিখে সামৰণি পৰে।

বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পোন্ধৰটাতকৈ অধিক শৈক্ষিক বিভাগে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত অভিজ্ঞ বিশেষজ্ঞই ডিজিটেল সাক্ষৰতা, সামাজিক মাধ্যমৰ ব্যৱহাৰ আদি বিভিন্ন প্ৰায়োগিক বিষয়ত আলোকপাত কৰে।

সামৰণি অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ ভাষণত বৰ্তমান সময়ত যোগাযোগৰ ক্ষেত্ৰখনত দক্ষতাৰ জৰিয়তে কেনেদৰে নিজৰ জীৱন আগুৱাই নিব পাৰি সেই বিষয়ে উল্লেখ কৰে।

পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই শিক্ষাৰ্থীসকলক ইতিবাচক মনোভাৱেৰে পৰিৱৰ্তনক আঁকোৱালি লৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু আভ্যন্তৰীণ অনুশাসন গঢ়ি তুলিবলৈ আহ্বান জনায়। 

স্বীকৃতিৰ প্ৰমাণ হিচাপে অনুষ্ঠানত অংশগ্ৰহণকাৰী শিক্ষাৰ্থী, সমল ব্যক্তি, সদস্য অধ্যাপক তথা অন্যান্য বিষয়ববীয়াসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কৃতজ্ঞতা প্ৰকাশ কৰে।

অনুষ্ঠানত আয়োজক তথা আহ্বায়ক হিচাপে ড⁰ সমীৰ সৰকাৰে আদৰণি ভাষণ প্ৰদান কৰি কাৰ্যসূচীৰ উদ্দেশ্য, গুৰুত্ব আৰু সম্ভাৱ্য ফলাফলসমূহৰ ওপৰত আলোকপাত কৰে তথা ড⁰ নবমিতা দেৱে শলাগৰ শৰাই আগবঢ়ায়।

Recent News

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd