• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ লগত অহা বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2018 9:56 pm
2018-03-25
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৬ নৱেম্বৰৰ দিনা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৱা কনভয়ৰ গাড়ীৰ খুন্দাত মহানগৰীত থকা ত্ৰিপুৰাৰ অনুপম চাকমা নামৰ এজন যুৱকৰ মৃত্যু হৈছিল। তাৰ পাছতেই বহু পলমকৈ হ’লেও আজি ভৰলুমুখ আৰক্ষীয়ে কনভয়ৰ বাহনখনৰ বিৰুদ্ধে ৯১৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে বুলি ভৰলুমুখ আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰণিধানযোগ্য যে, ৬ নৱেম্বৰত পুৱতি নিশা প্ৰায় ৩ বজাত গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ষষ্ঠ ষান্মষিকত অধ্যয়ণৰত অনুপম পানবজাৰৰ দিশৰ পৰা বাইকেৰে তীব্ৰগতিৰে আহি থকা অৱস্থাতে জালুকবাৰীৰ দিশৰ পৰা অহা মন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ লগত অহা এখন বাহনৰ সৈতে সংঘৰ্ষ হৈছিল। যাৰ ফলত যুৱকজন গুৰুতৰভাৱে আহত হোৱাত তেওঁক ততাতৈয়াকৈ জিএনআৰচি হাস্পতালত ভৰ্তি কৰাৰ পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

ভৰলু থানাৰ যান বাহন শাখাৰ আৰক্ষী সহকাৰী উপ পৰিদৰ্শকএ নৰ্থ ইষ্ট নাওৰ আগত ঘটনা সন্দৰ্ভত কয়, ‘’কনভয়ৰ লগত অহা ব’লেৰ’ গাড়ী এখনৰ সৈতে সংঘৰ্ষ হৈছিল। কাৰ কি হৈছে আমি সঠিককৈ নাজানো।‘’

তেওঁ লগতে কয়, ‘’দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ব্যক্তিগত আছিল আৰু সেইখনে আৰক্ষী কঢ়িয়াই আনিছিল।‘’ লগতে গাড়ীখন চৰকাৰে ভাড়াত লোৱা বুলিও আমাৰ আগত উল্লেখ কৰে।

আনহাতে, এ এছ ০১এইচ চি ৮৬০০ নম্বৰৰ বলেৰ’ গাড়ীখন কাহিলীপাৰাৰ কুদ্দুছ আলিয়ে চলাই আহিছিল বুলি সহকাৰী আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে আমাক জানিবলৈ দিয়ে। জানিব পৰা মতে কুদ্দুছৰ ঘৰ ধীৰেনপাৰাত।

আনহাতে, গাড়ীখনৰ মালিকৰ নামটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ভৰলু আৰক্ষী। এক সুত্ৰৰ পৰা জানিব পৰা মতে অংকুৰ দত্ত নামৰ লোকজন উক্ত গাড়ীখনৰ মালিক তথা কামৰূপ মহানগৰত পঞ্জীয়নভুত উক্ত বাহনখন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd