সংস্কৃতি

অহা মাৰ্চত ছিকিমত অনুষ্ঠিত হ’ব ‘ভাৰতৰ উৎসৱ’ শীৰ্ষক সাংস্কৃতিক মহোৎসৱ

অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ছিকিমত কলকাতাস্থিত পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰই  ‘ভাৰতৰ উৎসৱ’ শীৰ্ষক এখন তিনিদিনীয়া সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে।...

Read moreDetails

আজিৰেপৰা ডিফুৰ তাৰালাংচ’ত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ

ডিফুৰ তাৰালাংচ’ত বৰ্ণিল পৰম্পৰাগত শোভাযাত্ৰা ৰংকেতঙেৰে আজি শুভাৰম্ভ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃ্হৎ জনগোষ্ঠীয় মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱ। বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে...

Read moreDetails

কাইলৈৰ পৰা ডিফুৰ তাৰালাংচ’ত আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ

কাইলৈৰপৰা আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ। আয়োজক কাৰ্বি কালচাৰেল ছ’চাইটিয়ে জনোৱা মতে এই মহোৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জনজাতীয় মহোৎসৱ। এইবাৰৰ ৪৪...

Read moreDetails

কাইলৈৰ পৰা গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজৰ বাৰ্ষিক সাহিত্য-সাংস্কৃতিক উৎসৱ ‘ভাওমালান’

গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজে কাইলৈৰ পৰা ১৮ ফেব্ৰুৱাৰিলৈকে ইয়াৰ বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য উৎসৱ ‘ভাওমালান ২০১৮’ আয়োজন কৰিছে।...

Read moreDetails

শিৱৰাত্ৰি উপলক্ষে ভক্তই পূজা আগবঢ়ালে গুৱাহাটীৰ বশিষ্ঠাশ্ৰমৰ শিৱ মন্দিৰত : আয়োজকৰ মতে পূৰ্বতকৈ কমিছে ভিৰ

অইন বাৰৰ দৰেই আজিও শিৱৰাত্ৰি উপলক্ষে বহুসংখ্যক ভক্তই গুৱাহাটীৰ বশিষ্ঠত থকা শিৱ মন্দিৰত পুৱাৰে পৰা পূজা আগবঢ়াই। বশিষ্ঠ মন্দিৰ পৰিচালনা...

Read moreDetails

উমানন্দত স্থাপন যাত্ৰী জিৰণি চ’ৰাৰ আধাৰশিলা : শিৱৰাত্ৰি উপলক্ষে ব্যাপক ভিৰ গুৱাহাটীৰ শিৱ মন্দিৰসমূহত

শিৱৰাত্ৰি উপলক্ষে অইন বাৰৰ দৰেই আজিও ব্ৰহ্ম পুৱাৰে পৰা অগণন ভক্তই গুৱাহাটীৰ বিভিন্ন শিৱ মন্দিৰ বিশেষকৈ উমানন্দ মন্দিৰত ভিৰ কৰে।...

Read moreDetails

কোকৰাঝাৰ জিলা সাংস্কৃতিক সন্থাৰ অধিবেশন: পৰম্পৰাগত বাদ্য-বাজনা আৰু নৃত্যৰ প্ৰদৰ্শন

কোকৰাঝাৰ চহৰৰ গুৰুদেৱ কালিচৰন ব্ৰহ্ম ৰ'ডস্থিত নিজ কাৰ্যালয়ৰ প্ৰাংগণত আজি দিন জোৰা বৰ্ণিল কাৰ্য্যসূচীৰে অনুস্থিত হয় কোকৰাঝাৰ জিলা সদৌ বড়ো সাংস্কৃতিক...

Read moreDetails

নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ আছুৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা

নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ ২০১৮ চনৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে...

Read moreDetails

প্ৰখ্যাত ভোজপুৰী সংগীত শিল্পী অসমৰ কল্পনা পাটোৱাৰী কমনৱেলথ গেইমছৰ কাৰ্য্যসূচীলৈ আমন্ত্ৰিত

অসমৰ এগৰাকী সুখ্যাত লোকসংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে অষ্ট্ৰেলিয়াৰ কুন্সছলেণ্ডত হ’ব লগীয়া আগন্তুক কমনৱেল্থ গেইমছৰ সামৰণি অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰাৰ গৌৰৱ...

Read moreDetails

‘ডান্স ইণ্ডিয়া ডান্স’ৰ বাচনিৰ বাবে নিৰ্বাচিত কোকৰাঝাৰ হাদানপাৰাৰ শিশু নাচনী গৌৰী ব্ৰহ্ম

ডান্স ইণ্ডিয়া ডান্সৰ এই মাহত মুম্বাইত হ’বলগীয়া বাচনিৰ বাবে কোকৰাঝাৰ হাদানপাৰাৰ গৌৰী ব্ৰহ্ম নিৰ্বাচিত হৈছে। গুৱাহাটী আৰু ক’লকাতাত ক্ৰমে ১৯...

Read moreDetails
Page 51 of 58 1 50 51 52 58

Stay Connected

Recent News