WHOৰ সৈতে কি সম্পৰ্ক চীনৰ ৰাষ্ট্ৰপতিৰ পত্নীৰ? প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে বিশ্ব স্বাস্থ্য সংস্থা
কৰ’না ভাইৰাছৰ প্ৰসংগত বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ওপৰত বহু দেশে প্ৰশ্ন তুলি আহিছে। শেহতীয়াকৈ প্ৰকাশিত বাতৰি অনুসৰি, WHOয়ে ইয়াৰ ৱেবছাইটত...
Read moreকৰ’না ভাইৰাছৰ প্ৰসংগত বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ওপৰত বহু দেশে প্ৰশ্ন তুলি আহিছে। শেহতীয়াকৈ প্ৰকাশিত বাতৰি অনুসৰি, WHOয়ে ইয়াৰ ৱেবছাইটত...
Read moreকোভিড১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিত ভাৰতত সমস্যাৰ সন্মুখীন হোৱা চীনা নাগৰিকসকলক চীন চৰকাৰে নিজৰ দেশলৈ উভতাই নিব। সোমবাৰে ভাৰতস্থিত চীনা দূতাবাসে নিজৰ...
Read moreৰিলায়েন্স কমিউনিকেশ্যনৰ মুৰব্বী অনিল আম্বানি ঋণৰ মাজত ডুবি থকাৰ সময়তে আহিছে আৰু এক বিপদ। মাত্ৰ ২১ দিনৰ ভিতৰত চীনৰ তিনিটা...
Read moreম্যানমাৰৰ এখন কোৰ্টে শুকুৰবাৰে দেশখনৰ টানিনথায়ৰী প্ৰদেশৰ এগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰীক দুৰ্নীতিৰ অভিযোগত ৩০ বছৰ কাৰাদণ্ড বিহে। প্ৰাক্তন মুখ্য মন্ত্ৰী...
Read moreদেশত এতিয়া কোভিড-১৯ৰ বিভীষিকাময় পৰিৱেশৰ লগতে আমফা'নৰ সন্ত্ৰাস চলিছে। ইয়াৰ মাজতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বিগত দুই-তিনিদিন ধৰি একেৰাহে হৈ থকা...
Read moreনেপালৰ সৈতে থকা সকলো ধৰণৰ সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে। ‘‘নেপালৰ...
Read moreভাৰত আৰু নেপালৰ মাজত চলি থকা কালাপানী বিবাদৰ মাজত এইবাৰ সোমাই পৰিছে বলীউদৰ অভিনেত্ৰী মনীষা কৈৰালা। নেপালৰ নতুন মানচিত্ৰত কালাপানীক...
Read moreচীনত নতুনকৈ সংক্ৰমণ ঘটা ৰোগীৰ দেহত কৰ’না ভাইৰাছৰ চৰিত্ৰগত পৰিৱৰ্তন লক্ষ্য কৰি চিন্তিতি হৈ পৰিছে চিকিৎসকসকল। চীনৰ উত্তৰ-পূব অঞ্চলত দেখা...
Read moreনেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা ওলিয়ে দেশখনত হোৱা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতক জগৰীয়া কৰে। মঙলবাৰে প্রধান মন্ত্ৰী গৰাকীয়ে...
Read moreআন্তৰ্জাতিক হেচাত সেও মানি অৱশেষত কৰ’নাৰ উৎসক লৈ বিশ্ব স্বাস্থ্য সংস্থাক তদন্তৰ অনুমতি দিলে বেইজিঙে। সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্ষিক...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd