• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীন আৰু ইটালীৰ তুলনাত ভাৰতীয় ভাইৰাছ অধিক মাৰাত্মক : নেপালৰ প্ৰধান মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 6:42 pm
নৰেন্দ্ৰ মোদীৰ সৈতে নেপালৰ প্ৰধান মন্ত্ৰী কে পি ওলি। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

নৰেন্দ্ৰ মোদীৰ সৈতে নেপালৰ প্ৰধান মন্ত্ৰী কে পি ওলি। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা ওলিয়ে দেশখনত হোৱা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতক জগৰীয়া কৰে।

মঙলবাৰে প্রধান মন্ত্ৰী গৰাকীয়ে সংসদত দিয়া ভাষণত কয়, ‘চীন আৰু ইটালীৰ তুলনাত ভাৰতীয় ভাইৰাছ অধিক মাৰাত্মক যেন লাগিছে।‘

Apply Now

‘ভাৰতৰ পৰা বেআইনীভাৱে অহাসকলে দেশ (নেপাল)ত ভাইৰাছবিধ বিয়পাই আছে, উপযুক্ত টেষ্টিং অবিহনে ভাৰতৰ পৰা লোকসকলক আনি থকা কিছুমান স্থানীয় প্ৰতিনিধি আৰু দলৰ নেতাসকল ইয়াৰ বাবে দায়ী।‘ তেওঁ কয়।

‘বাহিৰৰ পৰা অব্যাহত থকা জনস্ৰোতৰ বাবে কোভিড-১৯ক নিয়ন্ত্ৰণত ৰখাটো যথেষ্ট কঠিন হৈ পৰিছে’ বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘বেছিকৈ মানুহ সংক্ৰমিত হ’বলৈ ধৰিছে’।

একাংশৰ মতে নেপালৰ প্ৰধান মন্ত্ৰী গৰাকীৰ এনে মন্তব্যই ভাৰত চৰকাৰক অস্বস্তিত পেলোৱাৰ লগতে দেশ দুখনৰ মাজত থকা কুটনৈতিক সম্পৰ্কত প্ৰভাৱ পেলাব।

অৱশ্যে এই পৰ্যন্ত ভাৰতৰ ফালৰ পৰা কে পি ওলিৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

উল্লেথযোগ্য যে ভাৰত-নেপাল সীমান্তৰ বিবাদমান কালাপানী অঞ্চলক লৈ বিগত কিছু দিনৰ পৰা দেশ দুখনৰ মাজৰ সম্পৰ্কত অৱণতি ঘতা দেখা গৈছ।

অলপতে নেপাল কেবিনেটে ভাৰতৰ ভিতৰত পৰা লিম্পিয়াধুৰা, লাইপুলেখ আৰু কালাপানীক অন্তৰ্ভুক্ত কৰি তৈয়াৰ কৰা এখন নতুন ৰাজৈনিক মেপত অনুমোদন জনাইছিল।

মঙলবাৰে সংসদত দিয়া ভাষণত প্ৰধান মন্ত্ৰী কে পি ওলিয়ে ‘যিকোনো মূল্যৰ বিণিময়ত’ উক্ত অঞ্চলকেইটা নেপালে ‘উভাই ল’ব’ বুলি কয়।

যোৱা বৰ্ষৰ ৮ মে’ত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰাখণ্ডৰ লাইপুলেখ পাচ আৰু চীনৰ কৈলাশ মানস সৰোবৰ সংযোগী এটা নতুন পথ উদ্বোধন কৰাত নেপালে ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু অঞ্চলটোত এটা নিৰাপত্তা চকী স্থাপন কৰাৰ কথা বিবেচনা কৰিছিল।

ভাৰতৰ বৈদেশীক মন্ত্ৰ্যালয়ৰ মতে উত্তৰাখণ্ডৰ পিঠোৰাগড় জিলাৰ মাজেৰে যোৱা উক্ত পথটো সম্পূৰ্ণৰূপে ভাৰত ভূখণ্ডৰ ভিতৰত পৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd