আইফাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনীত হৈছে অসমৰ আদিল হুছেইন

অভিনয় দক্ষতাৰ বাবে প্ৰসিদ্ধ হৈ পৰা অসমৰ অভিনেতা আদিল হুছেইন ইণ্ডিয়ান ফিল্ম একাডেমী (আইফা) এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) শাখাৰ বাবে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২৬ মে’ত যোৰহাটত অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ গণ সমাৱেশ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অহা ২৬ মে’ত অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিয়ে যোৰহাট ষ্টেডিয়ামত এক বিশাল গণ সমাৱেশ আয়োজন...

Read moreDetails

এন আৰ চিৰ নামত ভুৱা নথি-পত্ৰ যোগান :মৰিগাঁৱৰ দলংঘাটত গ্ৰেপ্তাৰ দালালসহ এন আৰ চি কৰ্মচাৰী

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দলংঘাট পাঘালি এন আৰ চি কেন্দ্ৰত চলি থকা বংশবৃক্ষ পুনৰীক্ষণ প্ৰক্ৰিয়াত আবেদনকাৰীক ধনৰ বিনিময়ত জালিয়তিৰে বিভিন্ন...

Read moreDetails

ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ টাইম্‌ছ অব্‌ ইণ্ডিয়াৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ বঁটা

বিশিষ্ট চিকিৎসক, গৱেষক তথা পদ্মশ্ৰী বটাঁপ্ৰাপক অসম সন্তান ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ ‘টাইম্‌ছ অব্‌ ইণ্ডিয়া’ৰ তৰফৰ পৰা ২০১৮ চনৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ...

Read moreDetails

জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত জিলিকিল চৰাইডেউৰ জ্যোতিষ

জাৰ্মানীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৈৰৱ কঢ়িয়াই আনিছে চৰাইডেউ জিলাৰ প্ৰতিভাৱান খৈলুৱৈ জ্যোতিষ...

Read moreDetails

৩১ মে’ত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিওটা শাখাৰ ফলাফল অহা ৩১ মে’ত প্ৰকাশ কৰা হ’ব।।...

Read moreDetails

ছেবাৰ সম্প্ৰসাৰিত অনলাইন সেৱা উদ্বোধন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা)সম্প্ৰসাৰিত অনলাইন সোৱা বুধবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে ডুপ্লিকেট...

Read moreDetails

বিজেপি চৰকাৰৰ জনবিৰোধী-জাতীয় স্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে বৰপেটাত দুই সহস্ৰাধিক বামপন্থীয়ে কৰিলে উত্তাল প্ৰতিবাদ

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰোধী কামকাজৰ প্ৰতিবাদত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত আজি বৰপেটাত উত্তাল প্ৰতিবাদ সাব্যস্ত...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে পাঠশালাত বিশাল প্ৰতিবাদ কংগ্ৰেছৰ; ৫০ হাজাৰ গণস্বাক্ষৰ প্ৰেৰণ

বিজেপিয়ে নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) গৃহীত কৰিব খুজিলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কংগ্ৰেছ। বিধেয়কখনৰ বিৰুদ্ধে পাঠশালাত...

Read moreDetails

ডিমাপুৰত বজাৰত উপলব্ধ বটলৰ পানী খাই অসুস্থ ৩ কাৰ্বি মহিলা

বজাৰত উপলব্ধ খোৱা পানীৰ বটলৰ পৰা পানী খাই ডিমাপুৰত কালি আবেলি ৩ গৰাকীকৈ কাৰ্বি আংলঙৰ মহিলা অসুস্থ হৈ পৰে। মহিলা...

Read moreDetails
Page 5134 of 5645 1 5,133 5,134 5,135 5,645

Stay Connected

Recent News