আলফা নেতা দৃষ্টি অসমে লোৱা নাই জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষৰ দায়িত্ব : পৰেশ অসম

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ উপ মুখ্য সেনাধ্যক্ষ কৰ্নেল দৃষ্টি অসমে গাৰো বিদ্ৰোহী সংগঠন জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ...

Read moreDetails

ডিজিটেল বাজেট নিবিচৰা বিধায়কক প্ৰদান কৰা হ’ব ছপা বাজেট : হিমন্ত বিশ্ব

অহা ১২ মাৰ্চত অসম বিধানসভাত উত্থাপন হ'বলগীয়া ডিজিটেল বাজেটক লৈ বিধায়ক সকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বেছিসংখ্যক বিধায়কে বাজেটখনক...

Read moreDetails

আছিয়ান দেশসমূহলৈ গুৱাহাটীৰ পৰা প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিবলৈ এয়াৰ এছিয়াক আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ পৰৱৰ্তী কাৰ্য ৰূপায়নৰ অংশ হিচাপে আজি দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ...

Read moreDetails

১১ মাৰ্চত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ অনা হ’ব এটা ঢেকিয়াপতীয়া বাঘ

গুৱাহাটী আৰু মাইছৰ চিৰিয়াখানাৰ মাজত হোৱা এক জন্তুৰ বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰীঘে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ এটা...

Read moreDetails

এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এনপিএফৰ অভিযোগ দাখিল

এনপিএফে সোমবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ আনি গোচৰ দাখিল কৰিছে। নিৰ্বাচন...

Read moreDetails

কোকৰাঝাৰত ১০ৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ

কোকৰাঝাৰত অহা ১০ৰ পৰা ২০ মাৰ্চলৈ বডো ৰাইতাৰ্চ একাদেমি- এ আয়োজন কৰিছে ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ। বডো ৰাইতাৰ্চ একাদেমিৰ সভাপতি...

Read moreDetails

নিয়কুম য়ুল’উ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিয়কুম য়ুল’উ উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক, বিশেষকৈ নিয়িশিসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। নিয়কুম য়ুল’উ উৎসৱ ৰাজ্যখনৰ নিয়িশি সম্প্ৰদায়ৰ...

Read moreDetails

নগাওঁ আৰু কাছাৰ কাগজকল পুনৰুজ্জীৱিত কৰাৰ দাবীত তিনিচুকীয়াত এ জে ৱাই চি পিৰ প্ৰতিবাদ

নগাওঁ আৰু কাছাৰ কাগজকল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি মুখ্য মন্ত্ৰীলৈ এক স্মাৰকপত্ৰ...

Read moreDetails

অসমৰ লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া গ্ৰন্থৰ পটভূমি বিটিএডি

বিশিষ্ট ভাৰতীয় ইংৰাজী লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া চুটি গল্পৰ সংকলন ‘’পীচ হেছ কাম’’ত অসমৰ সন্ত্ৰাস অধ্যুষিত বিটিএডি অঞ্চলত বাস কৰা...

Read moreDetails

অনিল ৰাজাক দলৰ পৰা বহিষ্কাৰ অসম প্ৰদেশ কংগ্ৰেছৰ : দিয়া নাছিল কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ

অনিল ৰাজাক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে। দলে ৰাজালৈ জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়াৰ বাবেই তেওঁক আজি...

Read moreDetails
Page 5421 of 5645 1 5,420 5,421 5,422 5,645

Stay Connected

Recent News