তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া অধ্যয়ন কেন্দ্ৰই আজি এটা উল্লেখযোগ্য পদক্ষেপ লৈ অসমৰ দুৰ্লভ ঐতিহাসিক পুথি-পাঁজি কিছুমান ডিজিটেল জগতত পোৱাৰ ব্যৱস্থা...
Read moreDetails‘আমি নিৰ্বাচনৰ বাবে সাজু। নিৰ্বাচন প্ৰক্ৰিয়াত বাধা নিদিবৰ বাবে মই সকলোকে আহ্বান জনাইছো।’ আজি কহিমাত সাংবাদিকক নাগালেণ্ডৰ আগন্তুক নিৰ্বাচন সম্পৰ্কে...
Read moreDetailsসৰু-বৰ জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ বিকাশ অবিহনে অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ সম্ভৱ নহয়। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি মুখ্য...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বাগৰি ৰেঞ্জত বনৰক্ষী সকলৰ কাৰনে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। 'প্ৰশিক্ষকৰ প্ৰশিক্ষণ' শীৰ্ষক ৰাজ্যৰ বন...
Read moreDetailsউচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এটা ৰায়ৰ পটভূমিত অসমৰ শিক্ষা, স্বাস্থ্য, বিত্ত আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভাৰতীয়...
Read moreDetailsশিলচৰ আৰু গুৱাহাটীৰ মাজত আজিৰেপৰা ভলভ’ বাছ সেৱা আৰম্ভ হ’ল। অসম ৰাজ্যিক পৰিৱহন নিগমৰ আস্থান আৰু ৰে’ডবাছৰ ৱে’বছাইটত ইয়াৰ টিকট...
Read moreDetailsযোৱা উৰুকাৰ নিশা (১৩ জানুৱাৰি) গুৱাহাটী মহানগৰীৰ জয়ানগৰ চাৰিআলিত নাগামিজ ৰেষ্টুৰেণ্টৰ মেনেজাৰ ভূপিন্দৰক খুন্দিয়াই নিহত কৰাত ব্যৱহৃত ইন'ভা গাড়ীখন আজি...
Read moreDetailsনাগালেণ্ড বিধানসভা নিৰ্বাচন বৰ্জন কৰি ঘোষণা কৰা যৌথ ঘোষণাপত্ৰত চহী কৰাৰ বাবে নাগালেণ্ড বিজেপিয়ে দলটোৰ দুজন সদস্যক বহিষ্কাৰ কৰা বুলি...
Read moreDetailsজাতিৰ পিতা মহাত্মা গান্ধীৰ ৭০ সংখ্যক মৃত্যু তিথি উপলক্ষে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত বাওঁ-গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত আয়োজিত সাম্প্ৰদায়িকতা বিৰোধী দিৱসত...
Read moreDetailsদৰং আৰক্ষীয়ে বিপুল পৰিমাণৰ হিৰইন ড্ৰাগচ, দুটা চুৰি লেপটপ, ৫ টা চুৰি ম’বাইল আৰু কেবালাখো টকা জব্দ কৰিবলৈ সক্ষম হৈছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd