• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগালেণ্ড নিৰ্বাচন বৰ্জনৰ যৌথ ঘোষণাপত্ৰত স্বাক্ষৰকাৰী নেতাক বহিষ্কাৰ কৰিলে বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 8:00 pm
naga-declaration

নাগা যৌথ ঘোষণাপত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড বিধানসভা নিৰ্বাচন বৰ্জন কৰি ঘোষণা কৰা যৌথ ঘোষণাপত্ৰত চহী কৰাৰ বাবে নাগালেণ্ড বিজেপিয়ে দলটোৰ দুজন সদস্যক বহিষ্কাৰ কৰা বুলি জানিব পৰা গৈছে।

ৰাজ্যিক বিজেপিৰ সূত্ৰই জনাইছে যে, ‘দলৰ বিনা নিৰ্দেশত কোনো বিষয়ক লৈ কাকো চহী কৰিবলৈ বা ক’বলৈ কৰ্তৃত্ব দিয়া হোৱা নাই’।

Apply Now

অন্য এটা বিজেপি সূত্ৰই সদৰী কৰা মতে বিজেপিৰ হৈ যৌথ ঘোষণাপত্ৰত স্বাক্ষৰ কৰা দলটোৰ ৰাজ্যিক কাৰ্য্যবাহী সদস্য খেত’ চেমাক বহিষ্কাৰ কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে নিৰ্দেশ পাইছে।

যৌথ ঘোষণাপত্ৰখন ৰাজহুৱা হোৱাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে স্পষ্ট কৰি দিছিল যে নাগালেণ্ড বিজেপিৰ কাকো কোনো কাগজতে চহী কৰাৰ কৰ্তৃত্ব দিয়া হোৱা নাই।

একে সময়তে ‘নিৰ্বাচন বৰ্জন নাগা সমস্যাৰ সমাধান নহয়’ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ হৈ নাগালেণ্ড নিৰ্বাচনৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

সংবাদ মাধ্যমক তেওঁ জনাইছিল যে, ‘বিজেপিৰ ৰাজ্যিক সমিতিয়ে উক্ত দলিলত চহী কৰা সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।’

নাগা হোহো আৰু নাগৰিক সমাজৰ বিভিন্ন সংগঠনৰ ‘নিৰ্বাচনৰ পূৰ্বেই সমাধান’ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নাগালেণ্ডৰ সকলো ৰাজনৈতিক দলেই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কোনো প্ৰাৰ্থীকে টিকট নিদিয়াৰ সিদ্ধান্ত লৈ এক যৌথ ঘোষণাপত্ৰত কালি চহী কৰিছিল।

নাগা হোহো আৰু নাগৰিক সংগঠনসমূহৰ মূল সমিতি (CCNTHCO), এন এচ চি এন (আই এম) আৰু ৬ টা নাগা জাতীয় ৰাজনৈতিক গোটৰ কাৰ্য্যকৰী সমিতি (NNPGs)ৰ সৈতে কহিমাত হোৱা বৈঠকৰ পিছতে ৰাজনৈতিক দলসমূহে এই যৌথ ঘোষণাপত্ৰ জাৰি কৰিছিল।

দলীয় নেতাসকলক জোৰ কৰি এই ঘোষণাপত্ৰত চহী কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি প্ৰায়ভাগ দলৰে কৰ্মীসকলৰ মাজত ভিতৰুৱাকৈ আলোচনা হোৱা বুলি বাতৰি ওলাইছে।

যৌথ বিবৃতিক লৈ নিৰাশা প্ৰকাশ কৰি কিছু ৰাজনৈতিক নেতাই নিৰ্ধাৰিত সূচী অনুসৰিয়েই ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি সন্দেহ বেকত কৰিছে।

আনহাতে আয়ুক্ত সচিব বেঞ্জামিন নিউমায়ে আজি এক প্ৰে’ছ বিবৃতি যোগে জনাইছে যে বিধানসভাৰ অধ্যক্ষ ডঃ ইমতিৱাপানাগ নায়াৰে ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতে পদত্যাগ কৰা ১১ গৰাকী বিধায়কৰ পদত্যাগ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd