বৰ্তমান সময়ত খুব চতুৰভাৱে এটা প্ৰথা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বৰ্তমান চৰকাৰক সমালোচনা কৰিলেই তাক দেশৰ সমালোচনাৰ লগত বা দেশক...
Read moreDetailsপৃথিৱীৰ পৰা গছ পুলি নি বেলেগ গ্ৰহ বা উপগ্ৰহত ৰোপন কৰিব পৰা যায় নেকি? অবান্তৰ যেন লগা প্ৰশ্ন এটা নহয়নে?...
Read moreDetailsঅসমত কেৱল এজন হোমেন বৰগোহাঞিৰে জন্ম হৈছিল৷ অসমৰ কিতাপপ্ৰেমী প্ৰায় সকলোৰে ঘৰত হোমেন বৰগোহাঞিৰ এখন হ’লেও কিতাপ থকাটো অলিখিত নিয়মৰ...
Read moreDetailsমহাকাব্য ৰামায়ণত ৰামৰ ভাষাত সেই "अपि स्वर्णमयी लङका...." অৰ্থাৎ ৰামায়ণৰ ৰাৱণৰ সেই স্বৰ্ণনগৰী লংকা…., আজিৰ শ্ৰীলংকাৰ নাগৰিকে বৰ্তমান সময়ত এক...
Read moreDetails(১) যোৱা কেইশ বছৰৰ মানৱ-ইতিহাসত প্ৰযুক্তিৰ এক অনস্বীকাৰ্য ভূমিকা আছে। দৰাচলতে, সুদূৰ অতীতৰ পৰাই সভ্যতাৰ ইতিহাসত প্ৰযুক্তিয়ে এটা প্ৰধান ভূমিকা...
Read moreDetailsঅংকটো ডাঙৰ। শুনিলে সাধাৰণ মানুহে স্বাভাৱিকতে চৰকাৰক বাঃ বাঃ দিবই।কিন্তু কাৰোবাৰ মুখৰ ভাত কাঢ়ি কাৰোবাৰ পেট ভৰালে জানো জন কল্যাণ...
Read moreDetailsহিন্দুত্ববাদৰ দুই ঘাই প্ৰবক্তা সংগঠনে কাহানিও ভাৰতীয় মুছলমানক নাগৰিকৰ প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা দিব খোজা নাই। বৰং নিৰৱচ্ছিন্নভাৱে, হোৱাই-নোহোৱাই তেওঁলোকক...
Read moreDetailsভাল শিশু সাহিত্যৰ পৰা আমি সকলোৱে যথেষ্ট চিন্তাৰ খোৰাক পাব পাৰোঁ। বহু জটিল কথাক সহজ ৰূপত উত্থাপন কৰাৰ এটা সুযোগ...
Read moreDetailsগুৱাহাটীত জ্ঞানপীঠ বঁটাৰ অনুষ্ঠানটোৰ অন্যতম লক্ষ্যণীয় কথা আছিল ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বীজনে পৰ্যায়ক্ৰমে অসমীয়া আৰু হিন্দীত লিখিত ভাষণ পাঠ কৰাটো। কেইদিনমান...
Read moreDetailsকেইদিনমান আগতে অসমলৈ প্ৰধানমন্ত্ৰী মোদী আহোঁতে চাৰিওফালে মোদী-মোদী ধ্বনিৰে উদুলি-মুদুলি৷পিছে তেওঁ যোৱাৰ পিছত দেখোন ৰতন টাটাৰ কথাহে বেছিকৈ ওলাল৷বন্ধু জয়ন্তই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd