কবৰৰ পৰা খান্দি উলিয়াই মহিলাৰ মৃতদেহ ধৰ্ষণ অচিনাক্ত দুৰ্বৃত্তৰ দলৰ
এইবাৰ মহিলাৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াই ধৰ্ষণ কৰিলে এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে। মানৱতাক ভূ-লুণ্ঠিত কৰা এই ঘটনা মঙলবাৰে পাকিস্তানৰ...
Read moreএইবাৰ মহিলাৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াই ধৰ্ষণ কৰিলে এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে। মানৱতাক ভূ-লুণ্ঠিত কৰা এই ঘটনা মঙলবাৰে পাকিস্তানৰ...
Read moreবিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলক অধিক গতিশীল তথা ৰোমাঞ্চকৰ কৰাৰ লক্ষ্যৰে কেতবোৰ নতুন নিয়ম প্ৰযোজ্য কৰাৰ পৰিকল্পনা...
Read moreচৰকাৰী বিদ্যালয় সমূহত অধ্যয়নৰত চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক হেলিকপ্টাৰত উঠাৰ সুযোগ দিয়াৰ পৰিকল্পনা কৰিছে মণিপুৰৰ শিক্ষা বিভাগে। ৰাজ্যখনৰ...
Read more‘২০০৬ৰ বাল্যবিবাহ প্ৰতিৰোধ আইন’ সংশোধনৰ জৰিয়তে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পুৰুষৰ বিয়াৰ ন্যুনতম বয়স ২১ বছৰৰ পৰিৱৰ্তে ১৮ বছৰলৈ...
Read moreমুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অসমক ধ্বংস কৰি থৈ গৈছে। এই মন্তব্য বিজেপি বিধায়ক শিলাদিত্য দেবৰ। দেওবাৰে ৰঞ্জন গগৈয়ে NRCক লৈ...
Read moreপ্ৰকাশ পালে ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়খন গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’। মন্ত্ৰী গৰাকীৰ মতে গন্থখনত বিশিষ্ট...
Read moreৰাজ্য চৰকাৰে যোৱা বছৰ এক নিৰ্দেশনা দিছিল যে চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব।...
Read moreসদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই ঘোষণা কৰিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী। নৰ্থ-ইষ্ট নাওৰ আগত...
Read more'হিটমেন' ৰেহিত শৰ্মাৰ বাবে এক সুৱৰ্ণ সুযোগ। বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা ৰোহিত শৰ্মাই আজিৰ পৰা...
Read moreৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ক “ভৱিষ্যতৰ দলিল” আখ্যা দিছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। তেওঁ লগতে কয় যে অসমত অবৈধ প্ৰবজনকাৰীক...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd