• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 5, 2025 11:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়া কৰাবলৈ যোৱাৰ পথত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত দৰাকে ধৰি পৰিয়ালৰ ৮ জন সদস্য নিহত হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উত্তৰ প্ৰদেশৰ সম্বল জিলাত শনিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, চালকজনে অতি তীব্ৰ বেগত এছ ইউ ভি গাড়ীখন চলাই আহিছিল। গাড়ীখনত দৰাকে ধৰি পৰিয়ালৰ আঠজন সদস্য আছিল।

Apply Now

অত্যধিক গতিৰ বাবে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই জেওৱানৈ গাঁৱৰ জনতা ইণ্টাৰ কলেজৰ দেৱালত খুন্দা মৰাৰ ফলত গাড়ীখন বাগৰি পৰে। গাড়ীখনত ড্ৰাইভাৰকে ধৰি দহজন লোক আছিল। বিয়া পাতিবলৈ গৈ আছিল সুৰজে। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ পাঁচজন সদস্যৰ থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, চম্বল জিলাৰ হৰ গোবিন্দপুৰ গাঁৱৰ পৰা বদায়ু জিলাৰ ছিৰতোল গাঁৱৰ কইনাৰ ঘৰলৈ গৈ আছিল দৰা আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যসকল। পথতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। নিহতসকলৰ ভিতৰত দুটি শিশুও আছে।

यूपी के संभल से दर्दनाक हादसा
बारात की खुशियां पलभर में मातम में बदलीं।
तेज रफ्तार बोलेरो स्कूल की दीवार तोड़कर भीतर घुसी —
दूल्हे समेत 5 की मौत, 9 घायल।
बोलेरो बारात लेकर बदायूं जा रही थी, हादसे में मची चीख-पुकार।#Sambhal #UPNews #Accident #BoleroCrash #SadNews #बारात_हादसा pic.twitter.com/2ZWPGJcXzJ

— अमर भारती लखनऊ (@AmarBhartiLko) July 5, 2025

দুৰ্ঘটনাটোত থিতাতে ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়। গুৰুতৰভাৱে আহত দুজনক আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত আছে সুৰজ (২৪), আশা (২৬), ঐশ্বৰ্য (২), আৰু বিষ্ণু (৬)।

আৰক্ষীয়ে জনোৱা মতে গাড়ীখনত যাত্ৰীৰ বোজা বেছি আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চালকজনে তীব্ৰ বেগেৰে গাড়ী চলাই আছিল। দুৰ্ঘটনাৰ পিছতে গাড়ীখন ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd