Popular Stories

“ডিগ্ৰীৱালী দেশ বেছে” – মহুৱা মৈত্ৰক প্ৰত্যুত্তৰ দি নিশিকান্ত ডুবেইৰ টুইট

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই সংসদত আদানী বিষয়ক প্ৰশ্ন উত্থাপন কৰিবলৈ ব্যৱসায়ীৰ পৰা দুই কোটি টকাৰ উৎকোচ লোৱা বুলি বিজেপি সাংসদ...

Read moreDetails

ডিঙিৰ অলংকাৰ বাঘৰ নখ, চেটৰ পৰাই গ্ৰেপ্তাৰ বিগ বছৰ প্ৰতিযোগী

বিগ বছৰ প্ৰতিযোগী হ’বলৈ আহি গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰতিযোগী। প্ৰতিযোগী গৰাকীয়ে ডিঙিৰ চেইনত এটা বাঘৰ নখ পৰিধান কৰি আছিল।  এই...

Read moreDetails

সদায় ৰাতিপুৱা খোজকাঢ়ক, সকলো ভাল হ’ব আপোনাৰ

ৰাতিপুৱাৰ খোজ কাঢ়িলে শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে বহুতো উপকাৰ পোৱা যায়। ৰাতিপুৱাৰ খোজ কঢ়াটো আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাৰ কিছুমান...

Read moreDetails

ফ্ৰীজত নাৰাখিব এনেবোৰ খাদ্য, হিতে হ’ব বিপৰীত

বেয়া নহবৰ বাবে আমি শাক-পাচলি আৰু ফলমূলবোৰ আমি ফ্ৰীজত থওঁ। কিন্তু খাদ্যবস্তুৰ ফ্ৰীজত ৰখাতো ভাল নহয়। ফ্ৰীজৰ শীলত বতাহে কিছুমান...

Read moreDetails

জড্ৰানৰ সাহসী ‘ইনিংছ’: পাকিস্তানৰ পৰা বিতাড়িত আফগান শৰণাৰ্থীলৈ উৎসৰ্গা মেচৰ শ্ৰেষ্ঠ সন্মান

যোগ্যতাৰ পৰিভাষাক প্ৰমাণিত কৰি সোমবাৰে বিশ্বকাপৰ লীগ মেচত পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানে লাভ কৰিলে ঐতিহাসিক বিজয়। এই আকাংক্ষিত জয়েৰে আফগানিস্তানে চলিত...

Read moreDetails

বিদায় ববি! বিশ্বৰ আটাইতকৈ বয়স্ক কুকুৰ ববিৰ মৃত্যু

বিদায় ল'লে ববিয়ে। ৩১ বছৰ ১৬৫ দিন জীৱন কটাই বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰৰ খ্যাতি বহন কৰি ববিয়ে ল'লে শেষ নিশ্বাস।...

Read moreDetails

গৰ্ভাৱস্থাত ভুলতো নাখাব এইকেইবিধ ফল, হ’ব পাৰে ডাঙৰ সমস্যা

গৰ্ভাৱস্থা হৈছে প্ৰতিগৰাকী মহিলাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। গৰ্ভধাৰণৰ পৰা প্ৰসৱলৈকে প্ৰতিটো মুহূৰ্ত এগৰাকী মহিলাৰ বাবে অতি প্ৰত্যাহ্বানজনক। এই সময়ছোৱাত...

Read moreDetails

কণ্ডম ব্যৱহাৰ নকৰাকৈ অবাঞ্চিত গৰ্ভধাৰণৰ পৰা কিদৰে বাচি থাকিব ?

অবাঞ্চিত ধাৰণ আৰু যৌন সংক্ৰমণ (STI) দুয়োটাকে প্ৰতিৰোধৰ বাবে কণ্ডম বা নিৰোধ অন্যতম ফলপ্ৰসূ আৰু সহজে উপলব্ধ পদ্ধতি।  কিন্তু কণ্ডম...

Read moreDetails

মঞ্চত কংগনা ৰানাউট : ছলমান খানে বাদ দিলে নেকি বিগ বছৰ সঞ্চালনাৰ দায়িত্ব? 

বৰ্তমান আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হৈছে বিগ বছ। ছলমান খানে সঞ্চালনা কৰা আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ আৰম্ভ হ’বলৈ...

Read moreDetails

পূজাৰ উলাহত মদ্যপান কৰিছে? বাঢ়িব পাৰে কলেষ্টৰেল আৰু ইউৰিক এছিড 

পূজা মানে সকলো দুখ আৰু আনন্দ পাহৰি উৎসৱ উপভোগ কৰা। খোৱাটোও এই আনন্দৰ অংশ। পূজাৰ এই চাৰি-পাঁচ দিনত বিভিন্ন ৰকমৰ...

Read moreDetails
Page 403 of 1136 1 402 403 404 1,136

Stay Connected

Recent News