শ্বেতাংগ-কৃষ্ণাংগৰ যুঁজখন আমেৰিকাত ক্ৰমাৎ শক্তিশালী হৈ উঠাৰ সময়তে এগৰাকী কৃষ্ণাংগ মহিলাই প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মহাকাশ আস্থানলৈ যাত্ৰা কৰিব ওলোৱাৰ কথাই...
Read moreDetailsসুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰি থকা চিবিআইৰ জেৰাত মুখ খুলিছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানিয়ে। চিবিআইৰ মাৰাথান জেৰাৰ সন্মুখীন হৈছে...
Read moreDetailsপাক-ভাৰত সীমান্তৰ মাছিল ছেক্টৰৰ নামে প্ৰায়ে দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। কাশ্মীৰৰ বিতোপন প্ৰকৃতিৰ মাজত গঢ় লৈ উঠা...
Read moreDetailsঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পাঠ্যক্ৰমত কেতবোৰ বিশেষ সালসলনি ঘটাইছে। শিক্ষা সংসদে প্ৰেৰণ কৰা বিজ্ঞপ্তিত...
Read moreDetailsবিগত কেই সপ্তাহ ধৰি আমেৰিকাত নিষিদ্ধ হোৱাৰ চৰ্চা লাভ কৰি থকা টিকটকৰ মুখ্য কাৰ্যবাহী বিষয়া কেভিন মেয়ৰে চাকৰিৰ পৰা ইস্তাফা...
Read moreDetailsভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বলিউডৰ জনপ্ৰিয় নায়িকা অনুষ্কা শৰ্মাৰ জীৱনলৈ অতি শীঘ্ৰে আহিব নতুন আলহী। অহা বছৰৰ...
Read moreDetailsনৰ্থ ইষ্ট নাওৰ বাতৰি সত্য প্ৰমাণিত হ'ল। পুনৰবাৰ অগপৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল অতুল বৰা। সাধাৰণ পৰিষদৰ বৈঠকত সৰ্ব সন্মতিক্ৰমে...
Read moreDetailsৰাজ্যৰ বিশিষ্ট তথা প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই। আজি মহানগৰীৰ হেলথ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সুকণ্ঠী গায়িকা...
Read moreDetailsশান্তি প্ৰিয় দেশ নিউজিলেণ্ডৰ ইতিহাসত প্ৰথমজনক অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে। বৃহস্পতিবাৰে ক্ৰাইষ্টচাৰ্ছ গণহত্যাৰ হত্যাকাৰী শ্বেতাংগ যুৱক ব্ৰেণ্টন ট’ৰণ্টক...
Read moreDetailsবিৰাট কোহলী আৰু অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীৰ মাজত নেতৃত্বৰ বৃহৎ পাৰ্থক্য থকা বুলি অভিহিত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd