• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোহলী আৰু এম এছ ধোনীৰ নেতৃত্বৰ মাজত বৃহৎ পাৰ্থক্য আছে বুলি ক’লে এজন প্ৰাক্তন ক্ৰিকেটাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 27, 2020 11:44 am

1 min read

কোহলী আৰু এম এছ ধোনীৰ নেতৃত্বৰ মাজত বৃহৎ পাৰ্থক্য আছে বুলি ক’লে এজন প্ৰাক্তন ক্ৰিকেটাৰে

ফাইল ফটো

172
VIEWS
Share on FacebookShare on Twitter

বিৰাট কোহলী আৰু অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীৰ মাজত নেতৃত্বৰ বৃহৎ পাৰ্থক্য থকা বুলি অভিহিত কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানে।

পাঠানৰ মতে, ধোনীয়ে সদাই শান্ত আৰু ঠাণ্ডা মগজুৰে কাম কৰাৰ বিপৰীতে কোহলী সদাই আক্ৰমক ৰূপত থাকে।

পাঠানে কয়, ‍‘ধোনীৰ যুগত শান্তি দেখিছো আৰু কোহলীৰ যুগত আক্ৰমণাত্মক মনোভাৱ দেখিছো। সফল হোৱাৰ বাবে এই দুয়োটা গুণৰে অধিকাৰী হ’ব লাগে’।

ষ্টাৰ স্প’ৰ্টছৰ এটা অনুষ্ঠানত অংশ লোৱা পাঠানে আৰু কয়, ‍‘এজন খেলুৱৈয়ে ভাল প্ৰদৰ্শনৰ বাবেহে সুস্থিৰ আৰু আক্ৰমণাত্মক হয়’।

প্ৰাক্তন অল ৰাউণ্ডাৰ গৰাকীয়ে লগতে কয় যে দলত যেতিয়া কঠিন পৰিস্থিতি উদ্ভৱ হয় তেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে সুন্দৰভাৱে দলক উদ্ধাৰ কৰিছিল।

আনহাতে বিৰাট কোহলীয়ে আক্ৰমণাত্মক মনোভাৱেৰে খেলি শক্তিশালী অষ্ট্ৰেলিয়া দলক অষ্ট্ৰেলিয়াৰ মাটিত পৰাস্ত কৰাৰ কথাও উল্লেখ কৰে পাঠানে।

উল্লেখ্য যে, ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাই ছুপাৰ কিংছ দলক নেতৃত্ব প্ৰদান কৰিব।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd