DMCA.com Protection Status

শীর্ষ সংবাদ

সাহিত্য একাডেমিৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হ’ব দুদিনীয়া জনজাতীয় সাহিত্য উৎসৱ

ভাৰতীয় সাহিত্য বিষয়ক ৰাষ্ট্ৰীয় সংস্থা সাহিত্য একাডেমিয়ে অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ইয়াৰ বাৰ্ষিক সাহিত্য উৎসৱত ‘পূবলৈ চোৱা’ নীতি অনুসৰণ কৰিব।...

Read more

স্বাস্থ্য খণ্ডৰ সূচকাংক: নীতি আয়োগৰ প্ৰতিবেদনত শেহৰ পিনে স্থান অসমৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিশ্ববেংক আৰু নীতি আয়োগে সন্মিলিতভাৱে প্ৰকাশ কৰা এখন প্ৰতিবেদনত অসমৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা ছবিখন স্পষ্ট...

Read more

ইতিহাস সৃষ্টি কৰি বিধান সভাৰ বাজেট অধিৱেশনত উপস্থিত নাথাকিল অসম চৰকাৰৰ এজনো মন্ত্ৰী

চৰকাৰৰ এজনো মন্ত্ৰী চলি থকা বাজেট অধিৱেশনত আজি উপস্থিত নথকাক লৈ বিৰোধীৰ ব্যাপক সমালোচনাৰ সম্মুখীন হৈছে অসম চৰকাৰ। শুকুৰবাৰে বাজেট...

Read more

বিহালী সংৰক্ষিত বনাঞ্চলত মাৰিলে আকৌ এটা বনৰীয়া হাতী

অসম অৰুণাচল সীমান্তৰ বিহালী সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তই এটা বনৰীয়া হাতী হত্যা কৰাৰ খবৰ পোৱা গৈছে। বিশ্বনাথ জিলাৰ পূব শোণিতপুৰ খণ্ডৰ...

Read more

‘নিকা নিৰ্বাচন’ৰ আহ্বানেৰে মোককচাঙৰ ঘৰে ঘৰে উৰিছে বগা পতাকা

নিৰ্বাচনমুখী নাগালেণ্ডৰ মোককচাঙৰ বহুতৰে ঘৰৰ মূধচত দেখা গৈছে ‘নিকা নিৰ্বাচন’ৰ আহ্বানযুক্ত বগাৰঙী পতাকা। জানিব পৰা মতে উন্নততৰ নাগালেণ্ডৰ বাবে ৰাইজৰ...

Read more

বোকাখাতত ৰাইজে খেদিলে প্ৰাক্তন বিধায়ক জিতেন গগৈক : শিৱৰাত্ৰি মেলাৰ নামত মন্দিৰৰ পৰিৱেশ, গছ-বন ধ্বংস

‘কাজিৰঙাৰ ৰজা’ বুলি দাবী কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ এটা মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত আজি স্থানীয় ৰাইজৰ ৰোষৰ বলি...

Read more

‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে’ আৰম্ভ হ’ল তিনিদিনীয়া ‘দীপৰ বিল মহোৎসৱ’

আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে দীপৰ বিল মহোৎসৱ ২০১৮। ‘দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যেৰে’ এই মহোৎসৱৰ আয়োজন কৰা...

Read more

‘ডান্স ইণ্ডিয়া ডান্স’ৰ বাচনিৰ বাবে নিৰ্বাচিত কোকৰাঝাৰ হাদানপাৰাৰ শিশু নাচনী গৌৰী ব্ৰহ্ম

ডান্স ইণ্ডিয়া ডান্সৰ এই মাহত মুম্বাইত হ’বলগীয়া বাচনিৰ বাবে কোকৰাঝাৰ হাদানপাৰাৰ গৌৰী ব্ৰহ্ম নিৰ্বাচিত হৈছে। গুৱাহাটী আৰু ক’লকাতাত ক্ৰমে ১৯...

Read more

ইণ্ড’ তিবেতান ব’ৰ্ডাৰ পুলিচৰ বাবে অৰুণাচল প্ৰদেশত ‘য়াক প্ৰতিপালন আৰু পৰিচালনা’ প্ৰশিক্ষণ

ইণ্ড’ তিবেতান ব’ৰ্ডাৰ পুলিচ (ITBP) জোৱানৰ বাবে ৮ ফেব্ৰুৱাৰিৰ পৰা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত এক য়াক প্ৰতিপালন প্ৰশিক্ষণ কাৰ্য্যসূচী...

Read more
Page 4391 of 4421 1 4,390 4,391 4,392 4,421

Recent News