• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইতিহাস সৃষ্টি কৰি বিধান সভাৰ বাজেট অধিৱেশনত উপস্থিত নাথাকিল অসম চৰকাৰৰ এজনো মন্ত্ৰী

নবাৰুন গুহ by নবাৰুন গুহ
February 9, 2018 11:23 pm
Assembly
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ এজনো মন্ত্ৰী চলি থকা বাজেট অধিৱেশনত আজি উপস্থিত নথকাক লৈ বিৰোধীৰ ব্যাপক সমালোচনাৰ সম্মুখীন হৈছে অসম চৰকাৰ।

শুকুৰবাৰে বাজেট অধিৱেশনৰ দ্বিতীয় বেলা মুখ্য মন্ত্ৰীকে ধৰি কোনো এগৰাকী মন্ত্ৰীয়েই বিধানসভাত উপস্থিত নথকা এই নজিৰবিহীন ঘটনাক সচেতন নাগৰিকসকলে গণতান্ত্ৰিক অনুষ্ঠানৰ প্ৰতি চূড়ান্ত অপমানৰূপে অভিহিত কৰিছে।

Apply Now

অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে মন্ত্ৰীসকলৰ অনুপস্থিতি আৰু শূন্য আসনসমূহলৈ লৈ আঙুলিয়াই বিৰোধীয়ে অধ্যক্ষক শূন্য আসনসমূহক সম্বুধি প্ৰশ্ন উত্থাপন লাগিব নেকি বুলি প্ৰশ্ন তোলে।

বিৰোধী কংগ্ৰেছ আৰু এআইয়ুদিএফৰ অভিযোগৰ পিছতে বিধানসভাৰ উপাধ্যক্ষ দিলীপ পালে কিছু সময়ৰ বাবে বিধানসভাৰ কাৰ্য্যসূচীকে স্থগিত ৰাখিবলগীয়া হয়।

নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ আৰু এআইয়ুদিএফে অভিযোগ কৰে যে চৰকাৰৰ বিধানসভা চলোৱাৰ প্ৰতি কোনো আগ্ৰহ নাই।

অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে এন ই নাওক কয়, ‘বৰ্তমানৰ চৰকাৰখনে দেখুৱাই দিলে যে গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা নাই। মন্ত্ৰী হিচাপে তেওঁলোক সদনত উপস্থিত থাকিব লাগে, কাৰণ তেওঁলোক ৰাইজৰ ওচৰত জবাবদিহি। কিন্তু গুৰুত্ব দিব নোখোজা মেজাৰেৰে তেওঁলোকে দেখুৱাই দিছে যে গণতন্ত্ৰক তেওঁলোকে পৰোৱা নকৰে।’

এআইয়ুদিএফ বিধায়ক চুজাম উদ্দিন লস্কৰে কয় যে নিজৰ বিভাগতকৈ মন্ত্ৰীসকল দলীয় কাম-কাজৰ প্ৰতিহে অধিক সজাগ।

লস্কৰে কয়, ‘হিমন্ত বিশ্ব শৰ্মালৈ চাওক। তেওঁ আগন্তুক ত্ৰিপুৰা নিৰ্বাচনত ব্যস্ত। অথচ তেওঁ পাহৰি গৈছে যে বিত্ত, শিক্ষা আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ তেওঁ দায়িত্ব গ্ৰহণ কৰি আছে। বাকী মন্ত্ৰীসকলৰ ক্ষেত্ৰতো একেটাই কথা। তেওঁলোকে দলীয় কামক অগ্ৰাধিকাৰ দিয়ে। ৰাইজৰ সমস্যালৈ তেওঁলোকৰ কাণষাৰ নাই।’

সোণোৱাল চৰকাৰৰ অন্যতম মিত্ৰদল বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰিয়ে জনায় যে বড়োলেণ্ড দিৱসৰ বাবে তেওঁৰ দলৰ মন্ত্ৰী, বিধায়কসকল আগতীয়াকৈ যাব লগা হ’ল।

বিধানসভাত এজনো মন্ত্ৰী নথকাটো ‘নিশ্চিতভাৱে ঠিক কথা হোৱা নাই’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘মন্ত্ৰীসকলৰ ন্যূনতম উপস্থিতি থকা উচিত। মই ভাবো যে সংশ্লিষ্ট দলবোৰে এই সন্দৰ্ভত হুইপ জাৰি কৰিব লাগে।’

প্ৰত্যেক সভা-সমিতি আৰু প্ৰত্যেকটো বিবৃতিতে অসমবাসী, নৱ প্ৰজন্ম আৰু কৰ্মচাৰীসকলক কৰ্মসংস্কৃতি বজাই ৰখা আৰু কঠোৰ পৰিশ্ৰমৰ আহ্বান জনাবলৈ নাপাহৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানৰ অন্তঃসাৰশূন্যতা তেওঁৰ নেতৃত্বত চলা চৰকাৰে আজি সৃষ্টি কৰা ইতিহাসে উদঙাই দিলে বুলি সচেতন নাগৰিকসকলে মত প্ৰকাশ কৰিছে।

নবাৰুন গুহ

নবাৰুন গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd