DMCA.com Protection Status

শীর্ষ সংবাদ

কাৰ্যনিৰ্বাহকৰ প্ৰথমখন পূৰ্ণাংগ অধিৱেশনত গৃহীত হ’ল অসম সাহিত্য সভাৰ সংবিধান

অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন পূৰ্ণাংগ অধিৱেশন দেওবাৰে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ লগত সংলগ্ন ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত...

Read more

‘কেগ’ৰ বিস্ফোৰক প্ৰতিবেদন : অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ আন্দামান-নিকোবৰৰ লেঃ ৰাজ্যপালৰূপে ‘নীতিবহিৰ্ভূত’ ব্যয়

অসমৰ বৰ্তমানৰ ৰাজ্যপাল অধ্যাপক ডঃ জগদীশ মুখি ( Jagdish Mukhi ) আন্দামান নিকোবৰৰ লেফটেনেণ্ট ৰাজ্যপাল হৈ থকা কালত চৰকাৰী পুঁজিৰ...

Read more

নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ বিএছএফৰ প্ৰাক্তন ডিজি ৰামমোহনৰ

উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰতি এক বিশেষ ধৰণৰ টান থকা বিএছএফৰ প্ৰাক্তন ডিজি ইএন ৰামমোহনৰ আজি পুৱা নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান...

Read more

প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিয়ে জোকাৰি যাব উত্তৰ- পূৰ্বাঞ্চলকঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান

আজিৰে পৰা সমাগত প্ৰায় পাঁচদিনলৈ উত্তৰ- পূৰ্বাঞ্চলত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। —এই পূৰ্বানুমান প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান...

Read more

হাফলঙত কেন্সাৰ ৰোগ সম্পৰ্কত সজাগতা সভা সম্পন্ন

বেচৰকাৰী সংস্থা চানক্য ৱেলফেয়াৰ ছচাইটিৰ উদ্যোগত হাফলঙত কেন্সাৰ ৰোগ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। ডিমা হাচাও জিলাৰ উপায়ুক্ত...

Read more

মণিপুৰৰ মুখ্যমন্ত্ৰী-ৰাজ্যপালক সাক্ষাৎ কনৰাড চাংমাৰ

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শনিবাৰে সন্ধিয়া মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লা আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ কৰে। মেঘালয় চৰকাৰৰ...

Read more

তামুলপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য

১২৭ (ডি) ৰঙিয়া-ভূটান সংযোগী পথৰ দ্বাৰকুচিত শনিবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ বাক্সা জিলাৰ তামুলপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে...

Read more

বৰনগৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ চতুৰ্থ ব’হাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি

আন বৰ্ষৰ দৰে এই বেলিও বৰপেটা জিলাৰ বৰনগৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে।...

Read more

ছচিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰাৰ বাবে উবেৰ চালকৰ বিৰুদ্ধে মহিলা যাত্ৰীৰ অভিযোগ দাখিল

গুৱাহাটীৰ দুগৰাকী মহিলা যাত্ৰীয়ে এজন উবেৰ চালকৰ বিৰুদ্ধে দিচপুৰ আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে। অভিযোগ অনুসৰি তেওঁলোকে উবেৰৰ গাড়ীখনত...

Read more
Page 4486 of 4593 1 4,485 4,486 4,487 4,593

Recent News